VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এনআইটি শিলচৰৰ ৪ ছাত্ৰক বহিস্কাৰ, ১২ ছাত্ৰক জৰিমনাঃ কি দোষত লোৱা হ’ল ব্যৱস্থা !!

voicedesk by voicedesk
September 2, 2023
in মুখ্য সংবাদ
এনআইটি শিলচৰৰ ৪ ছাত্ৰক বহিস্কাৰ, ১২ ছাত্ৰক জৰিমনাঃ কি দোষত লোৱা হ’ল ব্যৱস্থা !!
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

হোষ্টেলৰ তিনিজন কর্মচাৰীক প্ৰহাৰ কৰা কার্যত জড়িত হৈ থকা ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে শিলচৰস্থিত নেচনেল ইনষ্টিটিউট অৱ টেকনলজী চমুকৈ এনআইটি কতৃপক্ষই ৷ অন্তৱর্তীকালীন তদন্তৰ অন্তত ১২ জন শিক্ষার্থীক ১০ হেজাৰ টকাকৈ জৰিমনা বিহা হৈছে ৷

 

ইফালে আন চাৰিজন ছাত্ৰক বহিস্কাৰ কৰা হৈছে ৷ দুটা ষান্মসিকৰ বাবে তেওঁলোকক বহিস্কাৰ কৰা হৈছে ৷ ২০২৪ চনৰ জুলাই পর্যন্ত এই শিক্ষার্থীকেইজনক বহিস্কাৰ কৰা হৈছে ৷  সৌৰভ কুমাৰ মীনা ,হিমাংশু, ৰোহিত কুমাৰ মীনা আৰু জুবেইৰ মহম্মদ প্ৰতীমক বহিস্কাৰ কৰা হৈছে ৷ শাস্তিৰ সন্মুখীন হোৱা আটাইকেউজন শিক্ষার্থী বয়জ হোষ্টেল-৪ ৰ আৱাসী ৷

 

উল্লেখ্য যে শেহতীয়াকৈ হোষ্টেলখনৰ ছাত্ৰকেইজনে তিনিজন অস্থায়ী কর্মচাৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল ৷ মোবাইল আৰু ধন চুৰিৰ অভিযোগত কর্মচাৰীকেজনক প্ৰহাৰ কৰা ভিডিঅ’ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছিল ৷ কিন্তু প্ৰাথমিক তদন্তত অস্থায়ী কর্মচাৰীসকলৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন বুলি প্ৰমাণিত হয় ৷

 

 

 

Previous Post

সাহিত্য একাডেমী বটাঁপ্ৰাপক ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগ

Next Post

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7