VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফোনটো অলপ সময় ওচৰত নাথাকিলেই বিচলিত হৈ পৰে নেকি ? আপুনি আক্ৰান্ত হৈছে ন’ম’ফ’বিয়াত ? কি এই ন’ম’ফবিয়া !!

voicedesk by voicedesk
April 24, 2024
in মুখ্য সংবাদ
ফোনটো অলপ সময় ওচৰত নাথাকিলেই বিচলিত হৈ পৰে নেকি ?  আপুনি আক্ৰান্ত হৈছে ন’ম’ফ’বিয়াত ? কি এই ন’ম’ফবিয়া !!
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

গোটেই দিনটো  পিছত ঘৰলৈ উভতি আহি মোবাইলটো চাৰ্জ কৰাৰ অভ্যাস হয়তো আপোনাৰো আছে । কিন্তু ফোনটো চাৰ্জত দিয়াৰ পাছত ব্যৱহাৰ কৰিবলৈ নাপালে মনটো উগুল থুগুল হৈ থাকে ৷ বাথৰুমলৈ গ’লেও বহুতৰে এই সমস্যা হয় ৷ নিশা শোৱাৰ সময়তো বহুতৰে ফোনটো লগত ৰখাৰ অভ্যাস আছে বহুতৰ ৷ অর্থাৎ এপলকৰ বাবেও ফোনটো এৰিবলৈ মন নাযায় ৷ ফোনটো এৰাৰ এই ভয়টোক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ‘ন’ম’ফ’বিয়া’ বা ‘ন’-ম’বাইল-ফ’বিয়া’ বুলি জনা যায়।

 

‘ফ’বিয়া’ৰ আক্ষৰিক অৰ্থ হ’ল ভয়। যি বস্তু দেখিলে বা কোনো পৰিঘটনা ঘটিলে মনত উদ্বিগ্নতা বা ভয়ৰ সৃষ্টি কৰে। যেনেকৈ কোনোবাই পানীত নামিবলৈ ভয় কৰে। আকৌ কিছুমানে প্ৰেমত পৰিবলৈ ভয় কৰে। কোনোবাই আকৌ খাদ্য দেখি ভয় কৰে। কিন্তু মোবাইল হেৰুৱাৰ ভয়? ৰাতিপুৱা সাৰ পোৱাৰ পৰা শোৱালৈকে আমাৰ জীৱনৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা চলন্ত বস্তুটো, যদি হঠাতে বেয়া হৈ যায়, যদি বন্ধ হৈ থাকে বা কিছু সময়ৰ বাবে ওচৰত নাথাকে, তেন্তে মনত উদ্বিগ্নতাৰ সৃষ্টি হয়নে? মনোবিজ্ঞানীসকলে হয় বুলি কয়। দেশ-বিদেশৰ বিভিন্ন অধ্যয়নত ইয়াৰ প্ৰমাণ পোৱা গৈছে। মোবাইলৰ প্ৰতি আসক্তিয়ে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ ক্ষতি কৰে। মানসিক স্বাস্থ্যৰো ক্ষতি কৰে। বেছিভাগ ক্ষেত্ৰতে ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমৰ হেতালি খেলাৰ আঁৰত এই নিচাটোৱেই থাকে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই বেলেগ। ফোনটোৰ ওপৰত তেওঁলোকৰ অত্যধিক নিৰ্ভৰশীলতাইও ‘ন’ম’ফ’বিয়া’ৰ জন্ম দিয়ে।

 

ন’ম’ফ’বিয়াৰ লক্ষণসমূহ কি কি?

 

১) সকলো সময়তে ফোন নটিফিকেচন চেক কৰা।  কি মেছেজ আহিল, কোনো মেছেজ আহিব নেকি এই ধৰণৰ চিন্তাই অনবৰতে দোলা দি থাকে ৷

২) যেতিয়ালৈকে ফোনটো হাতত নপৰে তেতিয়ালৈকে ভয়টোৱে মনত বাহ ল’বলৈআৰম্ভ কৰে ৷

৩) ফোনটোৰ বেটাৰী কম সংকেত দেখুৱালে বা বন্ধ হ’লে বহুতে আতংকিত হৈ পৰে। কি কৰিব ভাবিব নোৱাৰা হৈ পৰে ৷ অস্থিৰ হৈ পৰে।

৪)ছ’চিয়েল মিডিয়াত সকলো সময়তে থাকিব নোৱাৰাৰ উদ্বিগ্নতা নৱপ্ৰজন্মৰ মাজত বেছি। এইখিনি সময়ত মনত এটা অদ্ভুত অস্থিৰতা আৰম্ভ হয় ৷

৫) বহু সময়ত ফোনটো হাতত নথকাৰ অসুবিধাৰ বাবে  উইথড্ৰয়েল ছিম্পটমে (‘withdrawal symptoms’) দেখা যায়। অনিদ্ৰা, অলসতা, খাবলৈ অনিচ্ছা, অহৰহ খিংখিঙীয়া হোৱা আদি লক্ষণ দেখা দিয়ে ।

 

এই ৰোগৰ সময়মতে চিকিৎসা নকৰিলে কি হ’ব পাৰে?

 

এনে সমস্যা দিনৰ পিছত দিন পৰিহাৰ কৰাটো মানসিক স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। মানসিক চাপ, হতাশা, নিসংগতাৰ সমস্যা বাঢ়িব পাৰে। দীৰ্ঘদিন এনেদৰে চলি থাকিলে স্বাভাৱিক টোপনিৰ চক্ৰত ব্যাঘাত জন্মাব পাৰে। পৰিস্থিতি জটিল হ’লে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগিব।

 

কেনেদৰে সমাধান পাব ?

১) আপোনাৰ স্মাৰ্টফোন ব্যৱহাৰৰ সময়ৰ প্ৰতি সচেতন হওক।

২) হতাশা, উদ্বেগ বৃদ্ধি কৰিব পৰা বস্তু ফোনত নোচোৱাই ভাল।

৩) সামাজিক মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰখাৰ অভ্যাস কৰক।

Previous Post

আজি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ওপজা দিন, কোনকেইটা আন্তঃৰাষ্ট্ৰীয় অভিলেখ এতিয়াও কোনেও ভংগ কৰিব পৰা নাই জানেনে ?

Next Post

সিদ্ধান্তত অবিচল ইণ্ডিয়ান ব’ৰ্ড, চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নপঠিয়াই ভাৰতীয় দল !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সিদ্ধান্তত অবিচল ইণ্ডিয়ান ব’ৰ্ড,  চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নপঠিয়াই ভাৰতীয় দল !!

সিদ্ধান্তত অবিচল ইণ্ডিয়ান ব’ৰ্ড, চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নপঠিয়াই ভাৰতীয় দল !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7