VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউক্ৰেইনত পণবন্দী হৈ থকা নাই কোনো ভাৰতীয় শিক্ষার্থী ,স্পষ্ট কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে

voicedesk by voicedesk
March 3, 2022
in মুখ্য সংবাদ
ইউক্ৰেইনত পণবন্দী হৈ থকা নাই কোনো ভাৰতীয় শিক্ষার্থী ,স্পষ্ট কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত কোনো ভাৰতীয় শিক্ষার্থীক ‘পণবন্দী’ কৰি ৰখা হোৱা নাই ৷ এই কথা নিশ্চিত কৰিছে ভাৰত চৰকাৰে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইউক্ৰেইনে শিক্ষার্থীক বন্দী কৰি ৰখা বুলি ওলোৱা খবৰ অস্বীকাৰ কৰি কয় যে যুদ্ধবিধ্বস্ত দেশখনত ভাৰতীয় নাগৰিকসকলৰ সৈতে তেওঁলোকে  নিৰন্তৰ সম্পৰ্ক বজাই ৰাখিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়-“আমি কোনো শিক্ষাৰ্থীক বন্দী কৰি ৰখা  সন্দৰ্ভত কোনো  খবৰ পোৱা নাই। আমি খাৰকিভ আৰু দেশখনৰ পশ্চিম প্ৰান্তত বাস কৰা  শিক্ষাৰ্থীসকলক উলিয়াই নিয়াৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ কৰ্তৃপক্ষক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো ৷”

ৰাছিয়া চৰকাৰে দাবী কৰিছিল যে  ইউক্ৰেইনৰ  সেনা বাহিনীয়ে ভাৰতীয় শিক্ষাৰ্থীৰ এটা বৃহৎ দল ইউক্ৰেইনৰ পূব চহৰ খাৰকিভত পণবন্দী কৰি  ৰাখিছে ৷ ৰাছিয়াৰ সামৰিক মুখপাত্ৰ এজনে  সংবাদ মাধ্যমৰ আগত কয় “আমাৰ তথ্য অনুসৰি, ইউক্ৰেইন কৰ্তৃপক্ষই  খাৰকিভত বেলগোৰোডলৈ যাব বিচৰা  ভাৰতীয় শিক্ষাৰ্থীৰ এটা বৃহৎ দলক পণবন্দী হিচাপে ৰাখিছে ৷ ৰাছিয়াৰ সশস্ত্ৰ বাহিনীয়ে ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সাজু ৷“ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ খাৰকিভৰ পৰিস্থিতিৰ লগতে  ভাৰতীয় ছাত্ৰ  আৱদ্ধ হৈ থকা বিষয়টো আলোচনা কৰে ৷ ৰাছিয়াৰ ভূমিৰে সংঘৰ্ষ স্থলীৰ  পৰা ভাৰতীয়ক স্থানান্তৰ কৰাৰ বাবে “মানৱীয় কৰিডৰ” সৃষ্টি কৰাৰ আশ্বাস দিছে ৷ কোনো বাহন অথবা ৰেলৰ সুবিধা নথকা স্থানত আৱদ্ধ হৈ থকা শিক্ষার্থীসকলক পেচোচিন, বাবাই আৰু বেজলিদিভকালৈ খোজ কাঢ়ি যাবলৈ নির্দেশ দিছে ভাৰত চৰকাৰে ৷

 

 

Previous Post

আপুনি অষ্টিঅপৰ’চিছত ভুগি আছে নেকি ? প্ৰতিৰোধ কৰিবলৈ লওঁক এই ব্যৱস্থা

Next Post

২ এপ্ৰিলত গুৱাহাটীত ৩৩ সংখ্যক মিষ্টাৰ শৰাইঘাট আৰ জি বৰুৱা মেম’ৰিয়েল অল ইণ্ডিয়া ক্লাছিক বডী বিল্ডিং চেম্পিয়নশ্বিপ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
২ এপ্ৰিলত  গুৱাহাটীত  ৩৩ সংখ্যক মিষ্টাৰ শৰাইঘাট আৰ জি বৰুৱা মেম’ৰিয়েল অল ইণ্ডিয়া ক্লাছিক বডী বিল্ডিং চেম্পিয়নশ্বিপ

২ এপ্ৰিলত গুৱাহাটীত ৩৩ সংখ্যক মিষ্টাৰ শৰাইঘাট আৰ জি বৰুৱা মেম'ৰিয়েল অল ইণ্ডিয়া ক্লাছিক বডী বিল্ডিং চেম্পিয়নশ্বিপ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7