ঔপনিৱেশিক শাসনৰ প্ৰভাৱত উপসাগৰীয় অঞ্চলৰ শৰনাৰ্থীসকলৰ অৱস্থাৰ ওপৰত সৃষ্টি কৰা সাহিত্যৰাজিৰ বাবে সাহিত্যিক আব্দুল ৰাজাক গুৰনাহক ২০২১ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে।
তেখেতে ১৯৬০ চনত বিট্ৰেইনৰ শৰনাৰ্থী শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিছিল।
১৯৯৪ চনত পেৰাডাইজ উপন্যাসৰ বাবে তেখেতে বুকাৰ প্ৰাইজ লাভ কৰিছিল।
আফ্ৰিকাৰ ৱ’ল ছয়িংকাৰ পিছতে সাহিত্যৰ নোবেল বঁটা লাভ কৰা গুৰনাহ হৈছে দ্বিতীয়জন আফ্ৰিকাৰ কৃষ্ণাংগ ব্যক্তি।