VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিবাহযাত্ৰী কঢ়িয়াই অনা বাছ নিয়ন্ত্ৰণ হেৰুৱাই পৰিল খালত , এটি শিশুকে ধৰি ৭ জনৰ নিহত, ২৯ জন আহত

voicedesk by voicedesk
July 11, 2023
in মুখ্য সংবাদ
বিবাহযাত্ৰী কঢ়িয়াই অনা বাছ নিয়ন্ত্ৰণ হেৰুৱাই পৰিল  খালত , এটি শিশুকে ধৰি ৭ জনৰ নিহত, ২৯ জন আহত
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

 

বিবাহৰ পৰা উভতি অহাৰ সময়তে  নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ পথৰ পৰা  খাৱৈত বাগৰি পৰে আৰু এটা শিশুসহ ৭ জন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও ২৯ জন লোক। সোমবাৰে মাজনিশা অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ দৰচীত সংঘটিত হয় এই ঘটনা।

 

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা প্ৰায় ১২:৩০ বজাত বিবাহযাত্ৰী কঢ়িয়াই পোডিলিৰ পৰা কাকিনাৰালৈ উভতি আহিছিল এখন বাছ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দৰচীৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন বাহনৰ সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বাছখনে বাওঁফালে ঘূৰিছিল। সেই সময়তে ৰাস্তাৰ কাষৰ গাৰ্ড ৱালত খুন্দা মাৰে আৰু তীব্ৰ গতিৰ বাবে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল চালকে।

 

ৰাস্তাৰ কাষতে নাগাৰ্জুন সাগৰৰ খালত বাছখন বাগৰি বাগৰি পৰে। বাছখনত আছিল  ৪৭ জন যাত্ৰী । ইয়াৰে এজন শিশুসহ ৭জন লোকৰ মৃত্যু হয়। এই তথ্য লাভ কৰি উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কেইবা ঘণ্টাৰ পিছত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত যাত্ৰীসকলক।

 

দৰচীৰ উপ-পৰিদৰ্শক ৰামকৃষ্ণই কয়, ‘৭জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কেইবাজনো লোক। ইয়াৰে ১৫জন গুৰুতৰভাৱে আহত হয়। আহতসকলক দাৰ্চি আৰু অংগোলে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।” লগতে এই ঘটনা কেনেকৈ সংঘটিত হ’ল তাক তদন্ত কৰি থকা বুলিও তেওঁ কয়। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰে যে চৰকাৰী বাছখন কাকিনাৰাত এখন বিয়ালৈ যাবলৈ ভাড়াত লৈছিল।

Previous Post

ইডি সঞ্চালক হিচাপে তৃতীয়বাৰলৈ সঞ্জয় কুমাৰ মিশ্ৰৰ কার্যকাল বৃদ্ধিৰ সিদ্ধান্তক অবৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

Next Post

মানৱ যুগে সলনি কৰিছে বিশ্ব

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মানৱ যুগে  সলনি কৰিছে বিশ্ব

মানৱ যুগে সলনি কৰিছে বিশ্ব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7