VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে প্ৰত্যুত্তৰৰ যোগ্য – প্ৰধানমন্ত্ৰী মোদী

voicedesk by voicedesk
November 18, 2022
in মুখ্য সংবাদ
সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে প্ৰত্যুত্তৰৰ যোগ্য – প্ৰধানমন্ত্ৰী মোদী
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

দেশৰ কোন অঞ্চলত আক্ৰমণ সংঘটিত হৈছে তাৰ ওপৰত ভিত্তি কৰি  প্ৰতিক্ৰিয়া কেতিয়াও ভিন্ন হ’ব নোৱাৰে ৷ এই মন্তব্য  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷  দিল্লীত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ বিত্তীয়  বিৰোধী সন্মিলনত  ভাষণ প্ৰদান কৰি আজি তেওঁ লগতে কয় যে সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে গৰিহণা আৰু প্ৰত্যুত্তৰৰ যোগ্য ৷ বিশ্বই ইয়াক গুৰুত্বসহকাৰে লক্ষ্য কৰি লোৱাৰ বহু আগতেই আমাৰ দেশখনে সন্ত্ৰাসবাদৰ অন্ধকাৰ দিশটোৰ সৈতে সন্মুখীন হৈছিল  বুলিও মোদীয়ে মন্তব্য কৰে ৷

ভাষণ প্ৰসংগত মোদীয়ে কয় -“দশক দশক ধৰি বিভিন্ন নাম আৰু ৰূপত সন্ত্ৰাসবাদে ভাৰতক আঘাত দিবলৈ চেষ্টা কৰিছিল। আমি বহু লোকক হেৰুৱাব লগীয়া হৈছে ৷  কিন্তু আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজিছো। এটা আক্ৰমণো আমাৰ বাবে বহু বেছি ৷  এটা জীৱন হেৰুৱাটো আমাৰ বাবে অতি বেছি। গতিকে, সন্ত্ৰাসবাদক সমুলঞ্চে উভালি নেপেলোৱালৈকে আমি জিৰণি নলওঁ।’ সন্ত্ৰাসবাদৰ দীৰ্ঘম্যাদী প্ৰভাৱ দৰিদ্ৰ লোকৰ ওপৰত আৰু স্থানীয় অৰ্থনীতিক প্ৰভাৱন্বিত কৰে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অনবৰতে ভাবুকিৰ সন্মুখীন হোৱা অঞ্চল কোনেও ভাল নাপায়। আৰু ইয়াৰ বাবেই মানুহৰ জীৱিকা কাঢ়ি লোৱা হয়। সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ মূলতে আমি আঘাত কৰাটো  অধিক প্ৰয়োজনীয় ।”আফগানিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বৈঠকত অংশগ্ৰহণ নকৰা পাকিস্তানৰ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান বিশেষ দেশে নিজৰ বৈদেশিক নীতিৰ অংশ হিচাপে সন্ত্ৰাসবাদীক সমৰ্থন কৰে।এনে দেশৰ ওপৰত জৰিমনা  দিব লাগে বুলিও তেওঁ কয় ৷

এক বিবৃতিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ’) কয় যে এই সন্মিলনে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰ আৰু সংগঠনসমূহৰ বাবে সন্ত্ৰাসবাদ বিৰোধী বিত্তীয় সাহায্যৰ ক্ষেত্ৰত বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ফলপ্ৰসূতাৰ লগতে উদীয়মান প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰিব ৷  ২০১৮ চনৰ এপ্ৰিল মাহত পেৰিছত আৰু ২০১৯ চনৰ নৱেম্বৰ মাহত মেলবৰ্ণত ইয়াৰ পূর্বে এই বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট উৎক্ষেপণ, মহাকাশ গৱেষণাত আন এক নতুন অধ্যায়

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট উৎক্ষেপণ, মহাকাশ গৱেষণাত আন এক নতুন অধ্যায়

ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট উৎক্ষেপণ, মহাকাশ গৱেষণাত আন এক নতুন অধ্যায়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7