VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত একাধিক বিদেশী নাগৰিক

voicedesk by voicedesk
January 27, 2024
in মুখ্য সংবাদ
এইবাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত একাধিক বিদেশী নাগৰিক
0
SHARES
87
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ,পদ্মশ্ৰীৰে বিভূষিত হৈছে একাধিক বিদেশী নাগৰিক ৷

ভাৰতৰ বাণিজ্য খণ্ডত বৃহৎ অৱদান আগবঢ়োৱাৰ বাবে টাইৱানৰ জ্যেষ্ঠ নাগৰিক য়ং লিউলৈ আগবঢ়োৱা হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ।উল্লেখনীয় যে চীনৰ চুবুৰীয়া দ্বীপটোৰ বাসিন্দা ৬৮ বছৰীয়া লিউ টাইৱানৰ বিশ্ববিখ্যাত বহুজাতিক প্ৰতিষ্ঠান ফক্সকনৰ চিইঅ’। ক’ভিড ১৯ মহামাৰীৰ পিছত চীনত ফলপ্ৰসূভাৱে উৎপাদন হ্ৰাস কৰাৰ লগতে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিছে এই প্ৰতিষ্ঠানটোৱে । বিশেষকৈ দক্ষিণ ভাৰতত উৎপাদনৰ ক্ষেত্ৰখনত প্ৰচুৰ বিনিয়োগ অব্যাহত ৰাখিছে ফক্সকনে। ভাৰতৰ বাণিজ্য খণ্ডলৈ এই বৃহৎ অৱদান আগবঢ়োৱাৰ বাবে ইয়ং লিউক এই পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে ভাৰত চৰকাৰে।

আনহাতে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছে একাধিক বিদেশী নাগৰিকক। তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ফ্ৰান্সৰ চাৰ্লট চাঁপা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত তেওঁক সাক্ষাৎ কৰিছিল। চাৰ্লটে ৫০ বছৰ বয়সৰ পৰাই যোগাসন শিকোৱা আৰম্ভ কৰিছিল আৰু বিশ্বৰ যোগ জগতখনলৈ তেওঁৰ অৱদান অনস্বীকাৰ্য।

উল্লেখনীয় যে কেৱল ফ্ৰান্সৰ পৰাই চাৰিজন নাগৰিকে লাভ কৰিছে পদ্ম সন্মান। আন এগৰাকী ফৰাচী নাগৰিক কিৰণ ভাছেও যোগাসনৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে। আয়ুৰ্বেদিক অনুশীলনৰ লগতে যোগৰ জগততো খ্যাতি অৰ্জন কৰিছে ৭৯ বছৰীয়া কিৰণে। আনহাতে পদ্মশ্ৰী সন্মান লাভ কৰা আন এগৰাকী সংস্কৃতৰ গৱেষক তথা ফৰাচী নাগৰিক ৮৭ বছৰীয়া পিয়েৰ সিলভ্যা ফিলিওজাট যি ভাৰতৰ সংস্কৃতিৰ বিষয়েও যথেষ্ট অধ্যয়ন কৰিছে।

পদ্মশ্ৰী সন্মানেৰে সন্মানিত আন এগৰাকী ফৰাচী নাগৰিক হ’ল ফ্ৰেড নেগ্ৰিট যি হ’ল এজন ভাৰত-অন্বেষক।সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত পদ্মশ্ৰী বঁটা লাভ কৰিছে এইজন ফৰাচী ব্যক্তিয়ে ।

Previous Post

মাইক্ৰ’ ৱেডিং’ কি ? কিয় সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলৰ পছন্দ হৈ পৰিছে এই ‘মাইক্ৰ’ ৱেডিং’ ?

Next Post

তামিলনাডুৰ কেইখনমান জনপ্ৰিয় পাহাৰীয়া ঠাইৰ বিষয়ে জানেনে?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
তামিলনাডুৰ কেইখনমান জনপ্ৰিয় পাহাৰীয়া ঠাইৰ বিষয়ে জানেনে?

তামিলনাডুৰ কেইখনমান জনপ্ৰিয় পাহাৰীয়া ঠাইৰ বিষয়ে জানেনে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7