VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাকিস্তানী মহিলাই একেলগে জন্ম দিলে ছটা সন্তান! চাৰিজন পুত্ৰ, দুগৰাকী কন্যা

voicedesk by voicedesk
April 22, 2024
in মুখ্য সংবাদ
পাকিস্তানী মহিলাই একেলগে জন্ম দিলে ছটা সন্তান! চাৰিজন পুত্ৰ, দুগৰাকী কন্যা
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

এগৰাকী পাকিস্তানী মহিলাই কেৱল এটা বা দুটা নহয়, ছটা সন্তান জন্ম দিছে।পাকিস্তানী সংবাদপত্ৰ ডনত প্ৰকাশিত অনুসৰি , ১৯ এপ্ৰিলত জিনাত ৱাহিদ নামৰ মহিলা গৰাকীয়ে  চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে। এঘণ্টাৰ ভিতৰতে ছটা সন্তান জন্ম দিয়ে মহিলা গৰাকীয়ে ।

 

ডনে জনোৱা মতে, প্ৰসৱৰ বিষৰ বাবে বৃহস্পতিবাৰে নিশা ৱাহিদাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ডাক্তৰ জাফৰে কয় যে মাতৃ আৰু তেওঁৰ সন্তান সকলো সুস্থ। হাস্পতালৰ ছুপাৰ ডাক্তৰ ফাৰ্জানাই কয় যে নৱজাতকক ইনকিউবেটৰত ৰখা হৈছে। একেলগে ইমানবোৰ সন্তান জন্ম দিয়াটো অতি বিৰল। চিকিৎসকৰ মতে, ৪৫ লাখৰ ভিতৰত এজনৰ ক্ষেত্ৰত এনে হয় ৷

 

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নৱজাতকক ইনকিউবেটৰত ৰখা হয় যদিও সকলো সুস্থ। অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। ৱাহিদা আৰু তেওঁৰ সন্তানৰ অৱস্থা নিৰীক্ষণৰ বাবে এটা চিকিৎসা দলো গঠন কৰা হৈছে বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰো কিছু শাৰীৰিক সমস্যা আছে। চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ অধীক্ষকে শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁৰ মতে, ই এক ডাঙৰ সফলতা।

Previous Post

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

Next Post

কর্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি মৃত্যুবার্ষিকী, অসম চুক্তি-মিজো চুক্তি সম্পাদনত লৈছিল গুৰুত্বপূর্ণ ভূমিকা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কর্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি মৃত্যুবার্ষিকী, অসম চুক্তি-মিজো চুক্তি সম্পাদনত লৈছিল গুৰুত্বপূর্ণ ভূমিকা

কর্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি মৃত্যুবার্ষিকী, অসম চুক্তি-মিজো চুক্তি সম্পাদনত লৈছিল গুৰুত্বপূর্ণ ভূমিকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7