VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰক: আম আদমি পাৰ্টী

voicedesk by voicedesk
July 13, 2023
in মুখ্য সংবাদ
‘গগৈ-মগৈ’ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত কৰক: আম আদমি পাৰ্টী
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১৩ জুলাই: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) লাভ কৰা ৩ লাখ ২ হাজাৰ হিতাধিকাৰীয়ে আজি নিজ গৃহত প্ৰৱেশ কৰিব বুলি ঢাক ঢোল বজোৱাৰ সময়তে এই যোজনাৰ কেতবোৰ আসোঁৱাহ আঙুলীয়াই দিছে আম আদমি পাৰ্টীয়ে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে হিতাধিকাৰী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মবোৰ বিভাগটোৱে টন্নটন্নকৈ নিৰীক্ষণ কৰিছে নে, সেই সন্দৰ্ভত পৰ্যালোচনাৰ প্ৰয়োজন। তদুপৰি হিতাধিকাৰীসকলে সময়মতে কিস্তিসমূহ পাইছে নে নাই সেয়াও পৰীক্ষা কৰা অতি জৰুৰী। চৰকাৰে গৃহ প্ৰৱেশৰ নামত বাতৰি কাকতত বৃহৎ এডভেটাইমেণ্ট দি চৰকাৰী ধন শৰাধ কৰাৰ সময়তে কিন্তু অসমৰ গাঁৱে গাঁৱে হাজাৰ হাজাৰ অৰ্ধ নিৰ্মিত ঘৰ অতি সুলভ হৈ আছে।

পঞ্চায়ত বিভাগে প্ৰস্তুত কৰা নিৰ্দিষ্ট আৰ্হি আৰু প্ৰাক্ কলন মতে হিতাধিকাৰীয়ে নিজৰ গৃহটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টীয়ে। গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিয়ে হিতাধিকাৰীসকলক মৰমৰ ঘৰটো নিৰ্মাণৰ সময়ত গুণগত মানৰ লগত আপোচ কৰিবলৈ বাধ্য কৰিছে। সেয়ে আম আদমি পাৰ্টীয়ে চৰকাৰক দাবী কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুঠ ধনৰাশি বৰ্তমানৰ ১ লাখ ৫০ হাজাৰৰ পৰা বৃদ্ধি কৰিব লাগে যাতে হিতাধিকাৰীসকলে গৃহ নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যত গুণগত মানৰ লগত আপোচ কৰিবলগীয়া নহয়।

Previous Post

মুক্তিৰ এমাহো পূর্বে অক্ষয় কুমাৰৰ ‘ওএমজি২’ত চেঞ্চৰ ব’ৰ্ডৰ স্থগিতাদেশ?

Next Post

পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7