VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ “ব্ৰাছ ষ্ট্ৰ’ক”লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান

voicedesk by voicedesk
August 5, 2023
in মুখ্য সংবাদ
আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ “ব্ৰাছ ষ্ট্ৰ’ক”লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান
0
SHARES
61
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৫আগষ্ট:-দ্বাদশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত পার্থজিৎ বৰুৱাই নিৰ্মাণ কৰা “ব্ৰাছ ষ্ট্ৰ’ক” নামৰ তথ্যচিত্ৰখনে শ্রেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱতো শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰালাৰ IDSFFKৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট পৰিচালক পার্থজিৎ বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নীলপৱন বৰুৱাই জীৱনজুৰি কৰি যোৱা শিল্প সাধনাৰ বাবে এই বঁটা তেওঁৰ নামত উচৰ্গা কৰিব বিচাৰোঁ । আনহাতে,একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্র পৰিচালক,চলচ্চিত্র সমালোচক পার্থজিৎ বৰুৱাই তেওঁৰ তথ্যচিত্ৰ “ব্রেকিং দ্য ছাইলেঞ্চ”ৰ বাবে তথ্যচিত্র শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ আন এক গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ পূৰ্বেও তেওঁৰ একাধিক তথ্যচিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
তদুপৰি,পাৰ্থজিৎ বৰুৱাৰ “কিয়াৰ’স্কুৰ”য়ে হিমাচল প্ৰদেশ চৰকাৰে চিমলাত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰাৰ লগতে মহাৰাষ্ট্ৰৰ কলাপুৰত অনুষ্ঠিত দ্বিতীয় ভিনটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত শ্ৰেষ্ঠ সম্পাদনাৰ সন্মানো লাভ কৰিবলৈ সমৰ্থ হৈছিল। চিমলা চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত মুঠ ৩২খন ছবিৰ ভিতৰত ৰাষ্ট্ৰীয় শাখাত “কিয়াৰ’স্কুৰ”য়ে সকলোকে চেৰ পেলাই এই সন্মান লাভ কৰিছিল। বৰুৱাই এই তথ্যচিত্ৰখন লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ বিশিষ্ট সমাজকর্মী মুকুট ভূঞাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিছিল । মুম্বাইৰ আন্ধেৰী ইষ্টত অনুষ্ঠিত সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত “কিয়াৰ’স্কুৰ”ৰ বাবে পার্থজিৎ বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বৰুৱাই ১৫ আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি সংঘটিত শোকাৱহ ঘটনাৰ ওপৰত নিৰ্মিত “দ্য ধেমাজি ট্রেজেডী” তথ্যচিত্ৰৰ বাবে অৰুণাচলৰ নৰ্থ-ইষ্ট ফিল্ম ফেষ্টিভেল, কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ আৰু বম্বে আন্তঃৰাষ্ট্ৰীয় চুটি মহোৎসৱত শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰাৰ লগতে গুৱাহাটী ৰাজপথত নিৰ্যাতিত লক্ষ্মী ওৰাঙৰ ওপৰত নির্মিত “লক্ষ্মী ওৰাং–ৰাইজিং ফ্রম দ্য গ্রেফ” তথ্যচিত্ৰৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটাৰ লগতে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল বৰুৱাই । উল্লেখ্য যে যোৱা ৩০ জুলাইত কলকাতাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থজিৎ বৰুৱাই ।

Previous Post

নগাঁৱৰ উত্তৰ পেটবঢ়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী উমেশ শইকীয়াৰ স্মৃতিত “উমেশ অৰ্ঘ” গ্ৰন্থ উন্মোচন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7