VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুৰ্ঘটনা এতিয়া অতীত ! অ’চেনগেটে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পুনৰ দিছে বিজ্ঞাপন

voicedesk by voicedesk
June 30, 2023
in মুখ্য সংবাদ
দুৰ্ঘটনা এতিয়া অতীত ! অ’চেনগেটে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পুনৰ দিছে  বিজ্ঞাপন
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

টাইটান ছাবমেৰিন  দূর্ঘটনাত পতিত হৈ ৫ জন লোকৰ প্ৰাণ হানি হোৱাৰ ঘটনাৰ ১০ দিনো পাৰ হোৱা নাই। ছাবমেৰিন পৰিচালনা কোম্পানী ‘অ’চেনগেট’ই এতিয়াও পৰৱৰ্তী অভিযানৰ বাবে  বিজ্ঞাপন প্ৰকাশ কৰিয়েই আছে। ইণ্ডিপেণ্ডেণ্টৰ বাতৰি অনুসৰি এই বিজ্ঞাপনটো এতিয়াও কোম্পানীটোৰ ৱেবছাইটত উপলব্ধ ৷

 

আটলাণ্টিক মহাসাগৰত থকা টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত টাইটান চাবমেৰিন দুৰ্ঘটনাগ্ৰস্ত হয়। ৫জন যাত্ৰীৰ মৃত্যু হয় । সংবাদ মাধ্যমৰ তথ্য অনুসৰি অহা বছৰতো এই অভিযানৰ পৰিকল্পনা কৰিছে  সংস্থাটোৱে । তেওঁলোকৰ ৱেবছাইটত প্ৰকাশিত বিজ্ঞাপন অনুসৰি টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ দুটা অভিযানৰ পৰিকল্পনা কৰা হৈছে। প্ৰথমটো ২০২৪ চনৰ ১২ জুনৰ পৰা ২০ জুনলৈ। দ্বিতীয়টো ২১ জুনৰ পৰা ২৯ জুনলৈ। খৰচ হ’ব ২ লাখ ৫০ হাজাৰ ডলাৰ। ভাৰতীয় মুদ্ৰাত ২ কোটি টকা। তাৰ পৰিৱৰ্তে ছাবমেৰিন অভিযানৰ ব্যৱস্থা, থকা-খোৱা,  প্ৰশিক্ষণ, অভিযানৰ বাবে সা-সৰঞ্জামৰ ব্যৱস্থা কৰিব সংগঠনটোৱে।

 

এই অভিযানৰ সবিশেষও বিজ্ঞাপনত দিয়া হৈছে। এইখিনিতে ক’ব পাৰি যে প্ৰথম দিনাই অন্বেষকসকলে ছেইণ্ট জনছৰ বলুকাত উপস্থিত হ’ব লাগে। তাৰ পৰাই যাত্ৰা আৰম্ভ হ’ব। টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা হ’ব। গন্তব্য স্থানত উপনীত হ’বলৈ ৪০০ নটিকেল মাইল সাগৰত ওপঙি যাব লাগে।সংস্থাটোৱে  এই অভিযান ‘অনিৰ্দিষ্টকাল’ৰ বাবে স্থগিত ৰখা হ’ব বুলি অৱগত কৰিছিল । কিন্তু সংবাদ সংস্থাটোৱে লগতে দাবী কৰে যে নিৰুদ্দেশ হোৱা ছাবমেৰিনখনৰ সন্ধান এতিয়াও চলি থকাৰ সময়তে সংস্থাটোৰ ৱেবছাইটত সহ-পাইলটৰ বিজ্ঞাপন দিয়া হৈছিল।

 

কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব গৈছিল টাইটান। ১৮ জুনত অ’চেনগেটে নিৰ্মাণ কৰা চাবমেৰিনখন পাঁচজন যাত্ৰীসহ সাগৰৰ ১৩ হাজাৰ ফুট গভীৰতালৈ যাত্ৰা কৰিছিল ৷ যাত্ৰা আৰম্ভ হোৱাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিছতে নিৰুদ্দেশ হয় টাইটান। নিৰুদ্দেশ হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকা আৰু কানাডাৰ ক’ষ্ট গাৰ্ড। উত্তৰ আটলাণ্টিক মহাসাগৰত চলি আছিল এই অনুসন্ধান। ছাবমেৰিনৰ শব্দ উপলব্ধ কৰিবলৈ  সোনাৰ যন্ত্ৰও স্থাপন কৰা হৈছিল। ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে ৰবটটোও এই অনুসন্ধানত জড়িত আছিল। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যাক পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰিছিল। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি চাবমেৰিনখনত ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅ’লেট আছিল।

Previous Post

বিশ্বব্ৰহ্মাণ্ডৰ আছে নিজস্ব ‘সংগীত’ , বিজ্ঞানীৰ নতুন আৱিস্কাৰ

Next Post

পত্নীক কাষত বহুৱাই বলিউডৰ আন নায়িকাক বিয়া কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে গোবিন্দাই , কোন সেই নায়িকা ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পত্নীক কাষত বহুৱাই বলিউডৰ আন নায়িকাক বিয়া কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে গোবিন্দাই , কোন সেই নায়িকা ?

পত্নীক কাষত বহুৱাই বলিউডৰ আন নায়িকাক বিয়া কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে গোবিন্দাই , কোন সেই নায়িকা ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7