অলপতে শ্বেয়াৰ বজাৰত ভাৰতৰ সৰ্ববৃহৎ ডিজিটেল পেমেণ্ট পদ্ধতি পেটিএম তালিকাভুক্ত হয়। প্ৰথমবাৰৰ বাবে বোম্বে ষ্টক এক্সেঞ্জত অন্তৰ্ভুক্ত হোৱাত কোম্পানীটোৰ স্বতাধিকাৰ বিজয় শেখৰ শৰ্মাই আনন্দ প্ৰকাশ কৰে।
১০ হাজাৰ টকাৰ দৰমহাৰ চাকৰিৰ পৰা দেশৰ সৰ্ববৃহৎ ডিজিটেল পেমেণ্ট কোম্পানীৰ স্বতাধিকাৰ হোৱাৰ অভিজ্ঞতা প্ৰকাশ কৰে।
পিছে তালিকাভুক্ত হোৱাৰ দিনাই কোম্পানীটোৰ শ্বেয়াৰ ২৬ শতাংশৈ অৱনমিত হয়। এই কথাত পেটিএমত বিনিয়োগ কৰা লোকসকলে কিছু পৰিমাণে হতাশ হয়। প্পেটিএমে হয়তো পিছলৈ লাভৰ সন্মুখীন হ’ব বুলি প্ৰতিষ্ঠানটোৰ লোকসকলে আশা প্ৰকাশ কৰিছে।