VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানুহে মানুহৰ বাবে

voicedesk by voicedesk
April 11, 2023
in মুখ্য সংবাদ
মানুহে মানুহৰ বাবে
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

লʼৰাজনৰ নাম অৰ্ণৱ কলিতা । পলাশবাৰী সমষ্টিৰ পলাশবাৰী চহৰৰ সমীপৱৰ্তী হুদুমপুৰ গাঁৱৰ শ্ৰীব্ৰজেন কলিতা আৰু শ্ৰীবৰ্নালী কলিতাৰ একমাত্ৰ সন্তান । লʼৰাজন এই সুন্দৰ পৃথিৱীখনলৈ অহাৰ মাত্ৰ ৮ বছৰহে হৈছে । বয়সৰ জোখেৰে জীৱন মানে কি সি ভালদৰে বুজিবই পৰা হোৱা নাই । তাৰ বয়স এতিয়া লগ-সমনীয়াৰ লগত খেল-ধেমালী কৰি দিন কটোৱাৰ । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত সি এতিয়া যুজিব লগা হৈছে তাৰ দেহৰ মাৰাত্মক বেমাৰটিৰ লগত । সি আজি Bone Cancer ত আক্ৰান্ত । জীৱন যন্ত্ৰণা শব্দটিৰ লগত মুখামুখি হোৱাৰ বয়স নৌহওঁতেই তাৰ কুমলীয়া শৰীৰটিত থিতাপি লʼলে Bone Cancer ৰ দৰে মাৰাত্মক ৰোগৰ বীজাণু ।

মাক-দেউতাকৰ একমাত্ৰ ভৰষা তথা সন্তানৰূপে এই পৃথিৱীখনলৈ অহা অৰ্ণৱ আজি দুৰাৰোগ্য কেন্সাৰ ৰোগীৰূপত মহানগৰীৰ ড° বি বৰৱা কেন্সাৰ হাস্পতালৰ বিছনাত চিকিৎসাধীন । এহাল মাক-দেউতাকৰ বাবে ইয়াতকৈ জানো কিবা দুখৰ খবৰ হʼব পাৰে ! কোনো পিতৃ-মাতৃয়ে নিজ সন্তানক এনে ৰূপত চাব নিবিচাৰে । কিন্তু তাক সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ ব্যয়বহুল চিকিৎসাটিৰ প্ৰয়োজননীয় ধন যোগাৰ কৰিবলৈ তেওঁলোক অসমৰ্থ । কোনোমতে দুবেলা-দুমুঠি পেটে-ভাতে খাই জীয়াই থকা পৰিয়ালটিয়ে অৰ্ণৱক সুস্থ কৰি তোলাৰ আপ্ৰান চেষ্টা কৰি আছে যদিও আৰ্থিক দূৰৱস্থাৰ বাবে ব্যয়বহুল চিকিৎসাখিনি হয়তো আধাবাটতে সামৰিব লগা আশংকাই দেখা দিছে । যাৰ ফলত মাক-দেউতাকৰ বুকু শুদা কৰি অৰ্ণৱ এই পৃথিৱীৰ পৰা আতঁৰি যোৱাৰ পথত অগ্ৰসৰ হৈছে ।

সমাজত ভাল মানুহ আছে বাবেইতো সমাজখন ইমান সুন্দৰ হৈ আছে । মানুহৰ পৃথিৱীত মানুহৰ বাবেই যদি আমি কিবা অকণমান কৰিব নোৱাৰোঁ তেতিয়াহʼলে আমি জানো নিজকে জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পাৰিমনে ? সেয়ে মই বিচাৰিছোঁ চিনাকি-অচিনাকীৰ ভেদাভেদ নাৰাখি আমি সকলোৱে নিজৰ সামৰ্থ্য অনুযায়ী অৰ্ণৱৰ ব্যয়বহুল চিকিৎসাৰ সহায়ক হোৱাকৈ আৰ্থিক সাহায্য আগবঢ়াই এটি নিষ্পাপ মানৱ জীৱন ৰক্ষা কৰোঁ আহক । এহাল দুৰ্ভগীয়া পিতৃ-মাতৃৰ নিজ সন্তানৰ স্নেহত ককবকাই থকা বুকুখন শুদা হোৱাৰ পৰা ৰক্ষা কৰোঁ আহক । সকলো নেদেখাজনৰ সিদ্ধান্তৰ ওপৰত অৰ্পণ কৰি মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ মই আপুনি আমি সকলোৱে নুন্যতম কিবা এটা আৰ্থিক সাহায্য আগবঢ়াই অৰ্ণৱক মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভোতাই আনো আহক….।
HDFC BANK ( Bijaynagar)
IFSC- HDFC 0002897
A/C- 500100322624730
GPay- 6001519990

Previous Post

ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিব নোৱাৰিব মহিলা,আফগানিস্তানত আন এক ফটোৱা তালিবানৰ

Next Post

৩০ এপ্ৰিলত হত্যা কৰিব ছলমান খানক , কোনে ভাবুকি দিলে বলিউডৰ ভাইজানক !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
৩০ এপ্ৰিলত হত্যা কৰিব  ছলমান খানক , কোনে ভাবুকি দিলে বলিউডৰ ভাইজানক !!

৩০ এপ্ৰিলত হত্যা কৰিব ছলমান খানক , কোনে ভাবুকি দিলে বলিউডৰ ভাইজানক !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7