VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কর্মচাৰীৰ অভাৱঃ ৩৮খন ভিষ্টাৰৰ বিমান বাতিল, কেন্দ্ৰই বিচাৰিছে প্ৰতিবেদন

voicedesk by voicedesk
April 2, 2024
in মুখ্য সংবাদ
কর্মচাৰীৰ অভাৱঃ ৩৮খন ভিষ্টাৰৰ বিমান বাতিল, কেন্দ্ৰই বিচাৰিছে প্ৰতিবেদন
0
SHARES
44
VIEWS
Share on FacebookShare on Twitter

কৰ্মচাৰীৰ অভাৱৰ বাবে মঙলবাৰে ৩৮খন বিমান বাতিল কৰে ভিষ্টাৰাই। ফলত সমগ্ৰ দেশতে যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। মুম্বাইত ১৫খন, দিল্লীত ১২খন আৰু বাংগালুৰুত ১১খন বিমান বাতিল কৰা হয় । সোমবাৰে দেশজুৰি মুঠ ৫০খন বিমান বাতিল কৰে ভিষ্টাৰাই। ১৬০খন বিমান পলমকৈ ৰাওনা হয়। মঙলবাৰে পৰিস্থিতিৰ কোনো বিশেষ পৰিৱৰ্তন নহ’ব বুলি অনুমান কৰা হৈছে।

 

 

মঙলবাৰে ভিষ্টাৰাই এক বিবৃতিত কয় যে বিগত কেইদিনমানৰ পৰা কৰ্মচাৰীৰ অভাৱকে ধৰি একাধিক কাৰণত যথেষ্ট সংখ্যক বিমান বাতিল আৰু অৱতৰণ আৰু প্ৰস্থানত পলম হৈছে। যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে।

 

 

এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অহা কেইদিনমানৰ ভিতৰত বিমানৰ সংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে ভিষ্টাৰাই। ইয়াৰ মাজতে কেন্দ্রই ভিষ্টাৰৰ বিমান বাতিল সন্দর্ভত সংস্থাটোলৈ বিতং প্রতিবেদন বিচাৰিছে কেন্দ্ৰই ৷ সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সংস্থাটোক বিমানসমূহ বাতিল কৰাৰ কাৰণ স্পষ্ট কৰিবলৈ নির্দেশ দিছে ৷

Previous Post

ৰাতি শোৱাৰ আগতে নে পুৱা শুই উঠি ফেচৱাশ্বেৰে মুখ ধুব ? দিনত কেইবাৰ ফেচৱাশ্বেৰে মুখ ধুব লাগে

Next Post

আন এক নজিৰৰ দিশে জ’কভিচ, ভংগ কৰিব ফেডাৰেৰৰ অভিলেখ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আন এক নজিৰৰ দিশে জ’কভিচ, ভংগ কৰিব  ফেডাৰেৰৰ অভিলেখ

আন এক নজিৰৰ দিশে জ’কভিচ, ভংগ কৰিব ফেডাৰেৰৰ অভিলেখ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7