VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩০০ কি:মি মথাউৰি: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা

voicedesk by voicedesk
December 3, 2021
in মুখ্য সংবাদ
নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩০০ কি:মি মথাউৰি: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পাণ্ডু আৰু লেঙা অঞ্চল ভ্ৰমণ কৰি বিভাগীয় কামৰ বুজ লয় |  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে আজি বিভাগীয় বিষয়াসকলক লগত লৈ পাণ্ডুঘাটৰ ওচৰত নিৰ্মীয়মান এখন শ্লুইচ গেট আৰু লেঙা অঞ্চলৰ নদী খহনীয়াৰ বুজ লয় আৰু অঞ্চল দুটাৰ জনসাধাৰণক অতি শীঘ্ৰে প্ৰয়োজনীয় কাম আৰম্ভ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে |

 

আনহাতে লেঙাত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা মত বিনিময় কৰি কয় যে  অহা ডেৰ মাহৰ ভিতৰত মথাউৰি পকীকৰণৰ কাম আৰম্ভ কৰিব পৰা যাব বুলি তেঁও আশাবাদী | এই বৰ্ষত প্ৰায় ৭০০ কিল’মিটাৰ মথাউৰি পকীকৰণ আৰু প্ৰায় ৩০০ কিল’মিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ অহা চাৰে চাৰি বছৰীয়া কাৰ্যকালত অসমৰ বানপানীৰ সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব | মুখ্যমন্ত্ৰীৰ সদিচ্ছা তথা বিভাগীয় বিষয়া কৰ্মচাৰীৰ প্ৰচেষ্টাৰ বাবে আগন্তুক সময়ত অসমৰ বানপানীৰ সমস্যা অন্তত: ৮০ শতাংশ পৰ্যন্ত নাইকিয়া কৰিব পৰা যাব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |

Previous Post

পদুম কুঁৱৰী হাইস্কুলৰ শিক্ষক চৈয়দ খোৰচান আলীক বিদায় সম্বৰ্দ্ধনা

Next Post

পৰৱৰ্তী ১২ ঘণ্টাত ঘূৰ্ণীবতাহ জাৱাড় তীব্ৰতৰ হোৱাৰ আশংকা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পৰৱৰ্তী  ১২ ঘণ্টাত ঘূৰ্ণীবতাহ জাৱাড় তীব্ৰতৰ হোৱাৰ আশংকা

পৰৱৰ্তী ১২ ঘণ্টাত ঘূৰ্ণীবতাহ জাৱাড় তীব্ৰতৰ হোৱাৰ আশংকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7