VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লংকেশ্বৰ ধামত ৰুদ্ৰাক্ষৰ গছ ৰোপণ

হেজাৰ -হেজাৰ ভক্তৰ সমাগম

voicedesk by voicedesk
July 29, 2024
in মুখ্য সংবাদ
লংকেশ্বৰ ধামত ৰুদ্ৰাক্ষৰ গছ ৰোপণ
0
SHARES
72
VIEWS
Share on FacebookShare on Twitter

আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয় সোমবাৰে মহানগৰীৰ পশ্চিম প্ৰান্তৰ পশ্চিম জালুকবাৰীস্থিত শ্ৰীশ্ৰী লংকেশ্বৰ ধামত আপুৰুগীয়া ৰুদ্ৰাক্ষৰ গছ ৰোপণ কৰে ‌। পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ৰুদ্ৰাক্ষ গছ ৰোপণ অনুষ্ঠানত লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ কামিনী কান্ত কলিতা, বিশিষ্ট শিক্ষাবিদ – সমাজকৰ্মী বাসুদেৱ মালী, খিলঞ্জীয়া অধিকাৰ সমিতি, অসমৰ সভাপতি ৰমেশ মালী, প্ৰাক্তন খণ্ড বন বিষয়া গোবিন্দ ৰাম কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস, আহ্বায়ক শিৰষ দাস, সংবাদকৰ্মী পদ্মলোচন দাস, ৰাজ্য চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰাক্তন উপ-নিয়ন্ত্ৰক নবীন চন্দ্ৰ দাস, পৰিব্ৰাজক পুলিন লহকৰ, পুজাৰী অতুল পাটোৱাৰী, ধৰ্মপ্ৰাণা মহিলা কুসুম বৈশ্য, পটেশ্বৰী দাস, মিনতি দাস, শয়ন‌ পাটোৱাৰীয়ে বৃক্ষৰোপণ কৰে । প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত শিক্ষাবিদ বাসুদেৱ মালীয়ে কয়- বৃক্ষ থাকিলেহে মানৱ জাতি জীয়াই থাকিব। আমি নিজে নিজেই এজোপাকৈ গছ ৰুলে পৃথিৱীখন ধুনীয়া হ’ব । খিলঞ্জীয়াৰ হকে মাত-মাতি অহা ৰমেশ মালীয়ে কয়- আজি ‌লংকেশ্বৰ‌ ধামত ঐতিহাসিক গছ ৰোপণ হ’ল। শান্তিৰ নিজৰা এই গছে বোৱাই থাকিব । প্ৰাক্তন অধ্যক্ষ কামিনী‌ কান্ত কলিতাই কয়- পৰাগজ্যোতি প্ৰকাশনে এটি বৰ‌ মহান‌ কাম কৰিলে । আজীৱন- আমৃত্যু লংকেশ্বৰ ধাম পৰিয়াল এই প্ৰকাশনৰ ওচৰত কৃতজ্ঞ হৈ ৰব ।

Previous Post

পুৱা নে গধূলি কেতিয়া খোজ কাঢ়িলে শৰীৰৰ অধিক সুস্থ হ’ব আপোনাৰ ?

Next Post

অহা বছৰ এছিয়া কাপ অনুষ্ঠিত হ’ব ভাৰতত, ঘোষণা এছিয়ান ক্ৰিকেট সন্থাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অহা বছৰ এছিয়া কাপ অনুষ্ঠিত হ’ব ভাৰতত, ঘোষণা এছিয়ান ক্ৰিকেট সন্থাৰ

অহা বছৰ এছিয়া কাপ অনুষ্ঠিত হ’ব ভাৰতত, ঘোষণা এছিয়ান ক্ৰিকেট সন্থাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7