VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
May 22, 2023
in মুখ্য সংবাদ
নগাঁৱত “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

নগাঁও টাউনৰ মাজ মজিয়াত শ্বহীদ চন্দন সিং ভৱনৰ কাষত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিৰ কাষত শনিবাৰে “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক এক কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ SI জোনমণি ৰাভাৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত অনুষ্ঠিত এই কবিতা পাঠ অনুষ্ঠানৰ আঁত ধৰে দ্বীপজ্যোতি বৰাই । অনুষ্ঠানত কবিতা পাঠৰ অনুষ্ঠানত শিশু সাহিত্যিক “নূপুৰ মোমাইদেউ” খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য উপস্থিত থাকি কবিতা পাঠ কৰাৰ লগতে S I জোনমণি ৰাভাৰ হত্যাকাৰীক বিচৰাৰ দাবী তীব্ৰতৰ কৰি তোলাৰ লগতে প্ৰয়োজন সাপেক্ষে আন্দোলন কৰাৰ কথা ব্যক্ত কৰে । সংগ্ৰামী সত্বা মোলান লস্কৰে বিজেপি চৰকাৰৰ শাসন কালত অসমখন হত্যাকাৰী আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি দাবী কৰে । কবিতা পাঠ অনুষ্ঠানত উপস্থিত থাকি নাট্যকাৰ,সমালোচক বিপ্লৱ জ্যোতি ভূঞাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনৰ মুক্তহত্যাক প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ গুপ্তহত্যাৰে তুলনা কৰে । আনহাতে প্ৰণিতা শৰ্মাই কোনেও জোনমণিক ন্যায় নিদিলে জোনমণিৰ আত্মাই প্ৰতিজন হত্যাকাৰীৰ প্ৰতিশোধ ল’ব বুলি ব্যক্ত কৰাৰ লগতে জোনমণিৰ স্মৃতি স্মৰণ কৰি শোকাকুল হৈ পৰে । কবিতা পাঠৰ অনুষ্ঠানত নগাঁও কবি সন্মিলনৰ উপ-সভাপতি আশোকৰাম ভট্টাচাৰ্য,চলচিত্ৰ পৰিচালক দিগন্ত বৰা,শিশুবন্ধু দুলাল বৰা,কবি তপন কুমাৰ শৰ্মা,পুৰণিগুদাম কবি সন্মিলনৰ উপ-সভাপতি বিপুল কুমাৰ মজিন্দাৰ,প্ৰণিতা শৰ্মা, চলচিত্ৰ পৰিচালক দিগন্ত বৰা, আদিয়ে কবিতা পাঠ কৰাৰ লগতে নগাঁৱৰ ননৈৰ বিৰিঞ্চি বৰাই কবিতাৰ মাধ্যমেৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ চৰকাৰ বুলি অভিহিত কৰে । অনুষ্ঠানৰ শেষত কবিতা পাঠৰ অনুষ্ঠানৰ প্ৰতিগৰাকী ব্যক্তিয়ে সামূহিকভাৱে অসমৰ প্ৰতিগৰাকী ব্যক্তিক সামাজিক মাধ্যমত “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক কবিতা লিখি S I জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ সম্পৰ্কে জিলা পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ সম্পৰ্কে জিলা পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ সম্পৰ্কে জিলা পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7