VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ বিশেষ পাৰদৰ্শিতাৰ বঁটা প্রদান

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
October 31, 2022
in মুখ্য সংবাদ
আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ বিশেষ পাৰদৰ্শিতাৰ বঁটা প্রদান
0
SHARES
58
VIEWS
Share on FacebookShare on Twitter

অনাদৃত, উপেক্ষিত আৰু প্ৰতিভাধৰজনক ৰাজহুৱা ভাৱে স্বীকৃতি দি অহা ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰহৈ সচিব পঙ্কজ পল্লৱ শৰ্মাই ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰে। বঁটাৰ লগতে এখন ফুলাম গামোছা, মানপত্ৰ দিয়া হয়। উল্লেখ্য যে, যোৱা কেইমাহ মানত ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে বিশেষ সফলতা পাবলৈ সক্ষম হোৱা আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অলপতে আৰ্মী লিখা দুখন বিলাসী গাড়ীৰে দেশৰ বাহিৰলৈ নি থকা বহু কেইটা পশু উদ্ধাৰ কৰি উদ্ধাৰ কৰে। এইক্ষেত্ৰত আৰক্ষী বিষয়াগৰাকীক কামৰূপ আৰক্ষী য়ে পুৰস্কৃত কৰিছিল। বঁটা গ্ৰহণ কৰি ভাস্কৰ মল্ল পাটোৱাৰীয়ে সঙ্গীত গ্ৰুপ ক্ৰিয়েচনক ধন্যবাদ জ্ঞাপন কৰে। বঁটা প্ৰদান কৰি সচিব পঙ্কজ পল্লৱ শৰ্মাই আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক উচ্চ ভাষাৰে প্ৰশংসা কৰে। প্ৰতিখন থানাতে ভাস্কৰ মল্ল পাটোৱাৰীৰ দৰে আৰক্ষী বিষয়া থকাৰ পোষকতা আছে বুলি কয় সচিব পঙ্কজ পল্লৱ শৰ্মাই। বঁটা প্ৰদান অনুষ্ঠানত পঙ্কজ পল্লৱৰ শৰ্মাৰ লগতে মোস্তাফা আহমেদ, থানেশ্বৰ ডেকা, ৰবীন্দ্ৰ নাথৰ লগত বহুকেইগৰাকী সংবাদদাতা উপস্থিত থাকে।

Previous Post

‘নাছা’ৰ কেমেৰাত হাঁহি থকা সূৰ্য্য

Next Post

তিনি বছৰৰ পাছত মুম্বাইৰ ঘৰলৈ আহিব প্ৰিয়ংকা চোপ্ৰাঃ প্ৰথমবাৰলৈ লৈ আহিব কন্যা মেৰীকো

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
তিনি বছৰৰ পাছত মুম্বাইৰ ঘৰলৈ আহিব প্ৰিয়ংকা চোপ্ৰাঃ প্ৰথমবাৰলৈ লৈ আহিব কন্যা মেৰীকো

তিনি বছৰৰ পাছত মুম্বাইৰ ঘৰলৈ আহিব প্ৰিয়ংকা চোপ্ৰাঃ প্ৰথমবাৰলৈ লৈ আহিব কন্যা মেৰীকো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7