VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লী চানি ধৰিছে বিষাক্ত ধোঁৱাই, জৰুৰীকালীন অৱস্থাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

voicedesk by voicedesk
November 13, 2021
in মুখ্য সংবাদ
দিল্লী চানি ধৰিছে বিষাক্ত ধোঁৱাই, জৰুৰীকালীন অৱস্থাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ পৰিবেশ। সমগ্ৰ দিল্লী চানি ধৰিছে বিষাক্ত ধোঁৱাই। তাপমাত্ৰা আৰু বতাহৰ গতি হ্ৰাস পোৱাৰ বাবে দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পাইছে। দিল্লীৰ চাৰিওফালে থকা খেতিপথাৰসমূহত শস্যৰ আৱৰ্জনা সমূহ জ্বলাই দিয়াৰ বাবে ৰাজধানী চহৰখন ধোঁৱাৰে ভৰি পৰিছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা অনুসৰি দিল্লীৰ পৰিবেশ বিগত ৪৮ঘণ্টা ধৰি অত্যন্ত বিপদজনক হৈ আছে। যাৰ বাবে ৰাজ্য চৰকাৰ আৰু স্থানীয় নিগম সমূহে জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিদ্যালয় সমূহ বন্ধ ঘোষনা কৰা , ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নম্বৰৰ ব্যৱস্থা কৰা, সকলো নির্মাণকার্য বন্ধ কৰাৰ দৰে পদক্ষেপ লবলৈ দিল্লী চৰকাৰক পৰামৰ্শ দিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে।

শুকুৰবাৰে প্ৰকাশ কৰা এখন জাননীৰ জৰিয়তে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কয় যে চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়সমূহত ব্যক্তিগত বাহনৰ ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস কৰিব লাগে। তদুপৰি বোৰ্ডে দিল্লীৰ বাসিন্দাসকলক প্ৰয়োজন নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।বোৰ্ডে লগতে প্ৰকাশ কৰিছে যে অহা ১৮নবেম্বৰ পৰ্যন্ত দিল্লীৰ বতৰ পৰিবেশ জনসাধাৰণৰ স্বাস্থ্যৰ বাবে অনুকূল হৈ নাথাকিব।

শস্যৰ আৱৰ্জনা জ্বলাই দিয়াৰ ফলত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিগত চাৰিবছৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।বিশ্বৰ প্ৰদূষিত চহৰ সমূহৰ অন্যতম হিচাপে বিবেচিত হৈ আহিছে দিল্লী।

Previous Post

এবছৰীয়া  সন্তানক  ষ্ট্ৰ’লাৰত বহুৱাই  কোনে কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড

Next Post

বিশ মাহ ধৰি স্তব্ধ হৈ থকা ৰে’লসেৱা পুনৰ নিয়মিত ভাৱে আৰম্ভ হোৱাৰ সিদ্ধান্ত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিশ মাহ ধৰি স্তব্ধ হৈ থকা  ৰে’লসেৱা পুনৰ নিয়মিত ভাৱে  আৰম্ভ হোৱাৰ সিদ্ধান্ত

বিশ মাহ ধৰি স্তব্ধ হৈ থকা ৰে’লসেৱা পুনৰ নিয়মিত ভাৱে আৰম্ভ হোৱাৰ সিদ্ধান্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7