জনসাধাৰণৰ ভূমি সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ প্ৰয়াস । আজি কামৰূপ (ম) ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ বিশেষ লোক আদালত । উপায়ুক্তৰ কাৰ্যালয়ত পুৱা ১১ বজাৰ পৰা ১ বজালৈ এই লোক আদালত । গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ জনসাধাৰণৰ লোক আদালত ।

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7