VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ চমন জাৰি

voicedesk by voicedesk
October 5, 2021
in আইন, মুখ্য সংবাদ
ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ চমন জাৰি
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ অক্টোবৰৰ মাজনিশা ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰাক্তন প্ৰতিযোগী মডেল ৰাজকন্যা বৰুৱাই  সুৰাত মাতাল হৈ গাড়ী চলাওতে ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিয়ে। 

পিছত দিছপুৰ থানালৈ কৰায়ত্ব কৰি যান বাহন আৰক্ষীয়ে এজাহাৰ দাখিল কৰে। কিন্তু ৰহস্যজনক ভাৱে পিছদিনা আদালতে জামিন মঞ্জুৰ কৰে। 

এনে পৰিস্থিতিত সচেতন মণ্ডলৰ আৰক্ষীৰ স্থিতিৰ ওপৰত সন্দেহ ওপজে আৰু সামাজিক আৰু সংবাদ মাধ্যমৰ জৰিয়তে অসন্তুষ্টি প্ৰকাশ কৰে।

 অৱশেষত আৰক্ষী শীৰ্ষ বিষয়াই ৰাজকন্যা বৰুৱাৰ কেছটোৰ বিষয়াক নিলম্বন কৰি নতুনকৈ তদন্ত কমিটি গঠন কৰে। বৰ্তমান দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চমন জাৰি কৰিছে। সম্প্ৰতি ৰাজকন্যা বৰুৱা GNRC হস্পিতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। চিকিৎসাধীন হৈ থকাৰ অজুহাতত দিছপুৰ আৰক্ষীৰ পৰা ১৪ দিনৰ বাবে সময় বিচাৰিছে।

ইয়াৰ পূৰ্বেও ২০১৭ চনতো সন্দিকৈ উপাধিৰ এজন যুৱকক গাড়ীৰে খুন্দিয়াই চিৰ দিনৰ বাবে ঘূণীয়া কৰিছিল। ২০১৯ চনতো লতাশিল থানাত ৰাজকন্যা বৰুৱাৰ বিষয়ে গোচৰ ৰুজু কৰা হৈছিল। পিছে এতিয়ালৈকে কোনো ব্যৱস্থা নহ’ল। 

একাংশ মাধ্যমে ৰাজকন্যা বৰুৱাৰ এখন নতুন ছবি দাঙি ধৰি অপৰাধক নতুন মূৰ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। এনেকৈ সুৰুঙা লৈ পুনৰ অপৰাধী আৰক্ষীৰ জালত পৰা হাৰি যাব নেকি এই লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

 

Previous Post

ভুৱা প্ৰমানপত্ৰৰে চাকৰি লৈ ৰঙা ঘৰত ২১ জন শিক্ষক

Next Post

তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
Next Post
তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7