VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শেষ পৰ্যায়ত চতুৰ্থ ৰাষ্টীয় পোষণ মাহঃ মনোনিবেশ কৰা হৈছে বহুতো গুৰুত্বপূৰ্ণ দিশত

voicedesk by voicedesk
September 27, 2021
in মুখ্য সংবাদ, সমাজ
শেষ পৰ্যায়ত চতুৰ্থ ৰাষ্টীয় পোষণ মাহঃ মনোনিবেশ কৰা হৈছে বহুতো গুৰুত্বপূৰ্ণ দিশত
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ ছেপ্তেম্বৰৰ পৰা দেশজুৰি পালন কৰা হয় পোষণ মাহ। উল্লেখ্য যে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় আৰু দীনদয়াল উপাধ্যায় অন্ত্যোদ্বয় আঁচনিৰ যুটীয়া সহযোগত পালন কৰা হয় এই পোষণ মাহ। প্ৰাপ্ত তথ্য মতে “আজাদী কা অমৃত মহোৎসৱ” ৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষত পোষণ মাহক চাৰিটা ভাগত ভাগ কৰাৰ নিৰ্ণয় লোৱা হয়।

ইয়াৰ মুখ্য উদ্দেশ্য হৈছে পৰিপুষ্টিৰ সৈতে জড়িত সামগ্ৰিক দিশসমূহ সন্মুখলৈ অনা। আনহাতে পোষণ অভিযানৰ লক্ষ্য হৈছে কিশোৰী, গৰ্ভৱতী মহিলা আৰু শিশুৰ সৰ্বাংগীন পৰিপুষ্টিৰ দিশসমূহ সামৰি লোৱাৰ লগতে পুষ্টিহীনতা, কম ওজনৰ শিশুৰ জন্মৰ হাৰ বছৰি ২% লৈ হ্ৰাস কৰা। লগতে কিশোৰী, গৰ্ভৱতী মহিলা, ছবছৰৰ তলৰ শিশুৰ ৰক্তহীনতা বছৰি ৩% লৈ হ্ৰাস কৰা।

উল্লেখযোগ্য যে পোষণ মাহৰ প্ৰথম ভাগৰ প্ৰথম সপ্তাহত গছ পূলি ৰোপণ কৰা হয় পোষণ ৱাটিকা কাৰ্য্যসূচীৰ অধীনত। ইয়াৰ উপৰিও আত্ম সহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা ঔষধি উদ্ভিদ, পৰিপুষ্টি জনিত উদ্ভিদ ৰোপন কৰাৰ লগতে চজিনা ৰোপনতো বিশেষভাৱে মনোনিবেশ কৰা হয়।

পোষণ মাহৰ দ্দ্বিতীয় সপ্তাহটোত অৰ্থাৎ দ্বিতীয় ভাগত পৰিপুষ্টিৰ বাবে যোগ আৰু আয়ুষ ( AYUSH) ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে ৰোগ প্ৰতিৰোধ ক্ষমতা আহৰণ কৰিবৰ বাবে যোগাসনৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে পোষণ মাহৰ তৃতীয় সপ্তাহত জিলাসমূহৰ অংগনবাদী কৰ্মীসকলক পৰিপুষ্টিৰ সা সঁজুলি প্ৰদানৰ লগতে মত বিনিময় কৰা হয়।

আনহাতে বৰ্তমান পোষণ মাহৰ শেষৰ ভাগ অৰ্থাৎ পৰিপুষ্টিৰ শেষৰটো সপ্তাহ এতিয়াও চলিত অৱস্থাত আছে। এই সপ্তাহৰ প্ৰধান উদ্দেশ্য হৈছে পৰিপুষ্টিহীনতাত ভোগা শিশুসকলক চিনাক্ত কৰি পুষ্টিকৰ আহাৰ বিতৰণ কৰা।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ চনতেই ৰাষ্টীয় মহিলা দিৱসৰ দিনা পোষণ অভিযান কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছিল। শেহতীয়া তথ্য অনুসৰি পাঁচ বছৰৰ তলৰ ৫০% ভাৰতীয় শিশু আজিও পৰিপুষ্টিহীনতাত ভুগি আছে। আনহাতে ২০১৯ চনৰ এক তথ্য অনুসৰি ৬৮% পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ এক মুখ্য কাৰণ পৰিপুষ্টিৰ অভাৱ। প্ৰাপ্ত তথ্য অনুসৰি চলিত বৰ্ষৰ বিত্তীয় বাজেটত পোষণ অভিযান ২ আৰম্ভ কৰা কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।

Previous Post

গ্ৰাহক সকলৰ বাবে সতৰ্কবাণীঃ১ অক্টোবৰৰ পৰা অকামিলা হৈ পৰিব তিনি বিত্তীয় প্ৰতিষ্ঠানৰ চেকবুক

Next Post

পৰ্যটন বিভাগৰ বাবে সুখবৰঃ ভাৰতৰ দুখন সমুদ্ৰ তীৰলৈ বিশেষ সন্মান ডেনমাৰ্কৰ

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পৰ্যটন বিভাগৰ বাবে সুখবৰঃ ভাৰতৰ দুখন সমুদ্ৰ তীৰলৈ বিশেষ সন্মান ডেনমাৰ্কৰ

পৰ্যটন বিভাগৰ বাবে সুখবৰঃ ভাৰতৰ দুখন সমুদ্ৰ তীৰলৈ বিশেষ সন্মান ডেনমাৰ্কৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7