VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছেপ্তেম্বৰ-অক্টোবৰত তৃতীয়-চতুৰ্থ বৰ্গ – আৰক্ষীৰ নিযুক্তি পৰীক্ষা, ৩৫ হেজাৰ পদত নিযুক্তিৰ লক্ষ্য চৰকাৰৰ

voicedesk by voicedesk
July 9, 2024
in মুখ্য সংবাদ
ছেপ্তেম্বৰ-অক্টোবৰত তৃতীয়-চতুৰ্থ বৰ্গ – আৰক্ষীৰ নিযুক্তি পৰীক্ষা, ৩৫ হেজাৰ পদত নিযুক্তিৰ লক্ষ্য চৰকাৰৰ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ অধীনত অচিৰেই বিভিন্ন পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ৷ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি চলিত  বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা। আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।

 

অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হব এই পৰীক্ষাসমূহ। ইফালে আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অহা ৩ অক্টোবৰৰ পৰা  অনুষ্ঠিত হব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৬,৪৩৪টা পদৰ বাবে নিযুক্তি দিব চৰকাৰে। উল্লেখ্য যে  তৃতীয় বৰ্গৰ পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হব। প্ৰাৰম্ভিক, মূল আৰু সাক্ষাতকাৰ পৰ্ব ৷ তৃতীয় বর্গৰ পদৰ সংখ্যা ৭,৫০০ ৷চতুর্থ বর্গৰ পদৰ সংখ্যা হৈছে ৪৫০০ তকৈয়ো অধিক ৷ তদুপৰি প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ ১৩ হেজাৰতকৈ অধিক পদৰ বাবে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ৷

ডঃ শর্মাই কয় –“আমাৰ যুৱক-যুৱতীসকলৰ বাবে আমি বিভিন্ন বিভাগত ৩৫,০০০ নতুন পদৰ এটি নিয়োগ অভিযান আৰম্ভ কৰিবলৈ ওলাইছোঁ৷ যিসমূহৰ নিয়োগ প্ৰক্ৰিয়া অহা বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ ১ লাখ নিযুক্তিৰ পাছত এয়া আমাৰ অন্যতম বৃহৎ পদক্ষেপ ৷ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মুখত হাঁহি বিৰিঙোৱাতো আমাৰ অন্যতম বৃহৎ লক্ষ্য ৷”

 

Previous Post

গম্ভীৰৰ সলনি কেকেআৰত দ্ৰাবিড়! ভাৰতৰ বিশ্ব বিজয়ী প্ৰশিক্ষকক বিশাল ধনৰ প্ৰস্তাৱ

Next Post

আজি নিশা ইউৰোৰ ছেমিফাইনেলত স্পেইনৰ বিৰুদ্ধে ফ্ৰান্স, এমবাপেৰ ফেচ গাৰ্ড বাধা হৈছে নেকি গ’ল দিয়াত ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজি নিশা ইউৰোৰ ছেমিফাইনেলত স্পেইনৰ বিৰুদ্ধে ফ্ৰান্স,  এমবাপেৰ ফেচ গাৰ্ড বাধা হৈছে নেকি গ’ল দিয়াত ?

আজি নিশা ইউৰোৰ ছেমিফাইনেলত স্পেইনৰ বিৰুদ্ধে ফ্ৰান্স, এমবাপেৰ ফেচ গাৰ্ড বাধা হৈছে নেকি গ’ল দিয়াত ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7