VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনত বিয়াত বহিবলৈ বৃদ্ধি পাইছে অনিচ্ছা, কিয় বিবাহলৈ ভয় কৰে চীনৰ যুৱপ্ৰজন্মই ?

voicedesk by voicedesk
July 4, 2023
in মুখ্য সংবাদ
চীনত বিয়াত বহিবলৈ বৃদ্ধি পাইছে অনিচ্ছা, কিয় বিবাহলৈ ভয় কৰে চীনৰ যুৱপ্ৰজন্মই ?
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

চীনৰ যুৱ প্ৰজন্মই বিবাহৰ প্ৰতি ক্ৰমাৎ বিমুখ হৈ পৰিছে! শেহতীয়াকৈ চীনৰ ‘নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছ’ৰ দ্বাৰা প্ৰকাশিত এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে । সমীক্ষা অনুসৰি ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা লোকৰ সংখ্যা ৪১ শতাংশ হ্ৰাস পাইছে। কিন্তু পৰিয়াল গঢ়িবলৈ অনিচ্ছা কিয়? ঘৰুৱা হিংসাৰ ভয়টোৱেই হৈছে বিবাহত প্ৰৱেশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ মূল কাৰণ বুলি বাতৰি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস, লিংগ বৈষম্য আদি অন্যতম কাৰণ ৷

 

প্ৰশাসনৰ সূত্ৰ অনুসৰি বিগত ১০ বছৰত চীনত বিবাহৰ হাৰ হ্ৰাস পাইছে। এসময়ত বিশ্বৰ সৰ্বাধিক জনবহুল দেশত বিবাহৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছিল। ঘৰুৱা হিংসাক বিবাহৰ হাৰ হ্ৰাস পোৱাৰ মূল কাৰণ হিচাপে বিশেষজ্ঞসকলে বহুলভাৱে গ্ৰহণ কৰিছে ৷

 

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে চীনৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ বিয়পি পৰিছিল। ইয়াত এজন পুৰুষে বাৰে বাৰে এগৰাকী মহিলাৰ ওপৰেৰে গাড়ী চলাই থকা দেখা গৈছে। এটা সময়ত মানুহজনে গাড়ীখন ৰখাই পত্নীৰ মৃত্যু হৈছে নে নাই চাবলৈ চেষ্টা কৰে। পিছত পোহৰলৈ আহিল যে বৈবাহিক অস্থিৰতাৰ বাবেই তেওঁ তেনে ঘটনা সংঘটিত কৰিছিল। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চীন আৰক্ষীয়ে। অৱশ্যে এই ‘ট্ৰেণ্ডিং’ ভিডিঅ’টো দেখাৰ পিছতে বহু লোকে বিশেষকৈ মহিলাসকলে ছ’চিয়েল মিডিয়াত বৈবাহিক জীৱনৰ অসহায়তাৰ বাতৰি প্ৰকাশ কৰিছে । বহুতে মন্তব্য কৰে যে তেওঁলোকৰ জীৱন ঘৰুৱা হিংসাৰ দ্বাৰা প্ৰভাৱিত  হৈছে। এগৰাকী মহিলাই নিজৰ অভিজ্ঞতাৰ বিষয়ে লিখি কয় যে স্বামীৰ প্ৰহাৰৰ ফলত কেইবা সপ্তাহো চিকিৎসালয়ত কটাবলগীয়া হৈছিল। বিয়াৰ প্ৰথম ২৪ মাহত ১৬ বাৰ স্বামীৰ দ্বাৰা নিৰ্যাতিত  হোৱা বুলিও কয় তেওঁ । বিবাহ বিচ্ছেদ ল’বলৈ চেষ্টা কৰিছিল যদিও নিৰ্যাতন আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল। এই ঘটনাৰ উপৰিও ঘৰুৱা হিংসাৰ ফলত পত্নীৰ মৃত্যুও চীনা সমাজত এক পৰিচিত পৰিঘটনা।

 

অৱশ্যে যোৱা বছৰ চীনত বিবাহ বিচ্ছেদৰ হাৰ যথেষ্ট কম আছিল।  বিভিন্ন মহলে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কঠোৰ নিষেধাজ্ঞাৰ ফলত বিবাহ বিচ্ছেদৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী কৰে। কিন্তু ইয়াৰ প্ৰভাৱ বিবাহৰ ওপৰতো পৰে।

 

Previous Post

সূৰ্যৰ পোহৰ বন্ধ কৰি উষ্ণতা বৃদ্ধি ৰোধ কৰিব আমেৰিকাই, নতুন গৱেষণা আৰম্ভ

Next Post

বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী বীৰেনে, দুমাহৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে মণিপুৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী বীৰেনে, দুমাহৰ পিছত  স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে মণিপুৰ

বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী বীৰেনে, দুমাহৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে মণিপুৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7