উত্তৰ লক্ষীমপুৰ জিলাৰ জগদম্বা ষ্টোৰ সংঘটিত হয় এক ডকাইতি কাণ্ড। শনিবাৰে নিশা ৯.৩০ বজাত এটা দুৰ্বৃত্তই ১১ লাখ টকাৰ লগতে লৈ যায় কেবাটাও মূল্যৱান সামগ্ৰী। ডকাইত ৰ সেই চাৰিজনীয়া দলটো দুখন বাইকেৰে মাস্ক পৰিধান কৰি অহা বুলি জানিবলৈ দিয়ে।
দুৰ্বৃত্তৰ দলটোৱে লগত এটি বন্দুক আৰু কিছু অস্ত্ৰ লৈ অহা বুলি জানিবলৈ দিয়ে কাষৰ প্ৰত্যক্ষ দৰ্ষীয়ে। ইতিমধ্যে স্বত্বাধিকাৰী গৰাকীয়ে আৰক্ষীৰ হাতত এই ঘটনাৰ কথা অৱগত কৰে।