VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়াৰ নাভূত নাশ্ৰুত কাণ্ডত মহাকাশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি

voicedesk by voicedesk
November 18, 2021
in মুখ্য সংবাদ
ৰাছিয়াৰ নাভূত নাশ্ৰুত কাণ্ডত মহাকাশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

অলপতে ৰাছিয়াৰ কাণ্ডত হতবাক হৈ পৰিছে মহাকাশত থকা নাছাৰ নভোচৰসকল। কোনো আগজাননী নিদিয়াকৈ প্ৰেৰণ কৰা উপগ্ৰহ বিধ্বংসী ক্ষেপণাস্ত্ৰই মহাকাশত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিলে। 

যোৱা সোমবাৰে ৰাছিয়াই কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ঘূণাক্ষৰেও কাকো নজনোৱাকৈ কছমছ ১৪০৮ কৃত্ৰিম উপগ্ৰহলৈ লক্ষ্য স্থিৰ কৰি এটা এটাকৈ চাৰিটা ক্ষেপণাস্ত্ৰ প্ৰক্ষেপ কৰিছিল। চাৰিওটা ক্ষেপনাস্ত্ৰই মিনিটতে উপগ্ৰহটো ধ্বংস কৰে। উপগ্ৰহৰ টুকুৰাবোৰ মহাকাশত সিঁচৰতি হৈ ফুৰে। ফলত মহাকাশত থকা নাছাৰ ৭ জন নভোচৰৰ মাজত আতংকৰ সৃষ্টি হয়। 

মহাকাশত আতচবাজীৰ দৰে উজ্জ্বলি উঠা টুকুৰাবোৰ দেখি নভোচৰসকলে আঘাত পোৱাৰ ভয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পিছত নাছাৰ পৰা প্ৰেৰণ কৰা বিশেষ যানে তেওঁলোকক পৃথিৱীলৈ অনাৰ ব্যৱস্থা কৰে।

ৰাছিয়াই কোনো আগজাননী নিদিয়াকৈ কৰা এই কাৰ্য্যত নাছাই অসন্তুষ্টি প্ৰকাশ কৰিছে। অৱশ্যে এই পৰীক্ষাৰ দ্বাৰা ৰাছিয়াই ভূ খণ্ডৰ পৰা মহাকাশৰ কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰিব পৰা ক্ষেপণাস্ত্ৰ সফল  পৰীক্ষণৰ কৃৰ্তিত্ব লাভ কৰিবলৈ সক্ষম হ’ল।

Previous Post

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নতুন শিক্ষা নীতি প্ৰচলনৰ ব্যাপক প্ৰস্তুতি

Next Post

১৯ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূবত দৃশ্যমান হ’ব ৫০০ বছৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১৯ নৱেম্বৰত  সমগ্ৰ উত্তৰ-পূবত দৃশ্যমান হ’ব ৫০০ বছৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ

১৯ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূবত দৃশ্যমান হ’ব ৫০০ বছৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7