VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টিহুত সাহিত্য সভাৰ কাব্য গ্ৰন্থ উন্মোচন

voicedesk by voicedesk
June 30, 2023
in মুখ্য সংবাদ
টিহুত সাহিত্য সভাৰ কাব্য গ্ৰন্থ উন্মোচন
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

টিহু,২৯ জুনঃ টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড° দিপালী দাস ডেকাৰ কাব্য সংকলন “সময়” শীৰ্ষক এক গ্ৰন্থ ২৯ জুনত টিহু সাহিত্য সভাৰ উদ্যোগত টিহু ৰাজহুৱা পুথিভড়াল প্ৰেক্ষাগৃহত উন্মোচন কৰে বিশিষ্ট লেখিকা ড° ৰীণী মুদিয়াৰ ডেকাই। ভাষন প্ৰসংগত বিশিষ্ট লেখিকা গৰাকীয়ে কয় যে বৰ্তমানৰ প্ৰজন্মই ভৱিষ্যতৰ প্ৰজন্মক ভাল সময় দিব লাগিব। ইয়াৰ বাবে বৰ্তমানৰ প্ৰজন্মই এনে কাম হাতত লব লাগিব যে যি কামেৰে ভৱিষ্যৎ প্ৰজন্মই ভাল সময় লাভ কৰিব। টিহু সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ড° মুদিয়াৰ ডেকাই শিশু সকলক গীত মাতৰ লগতে পুথি অধ্যয়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষন আগবঢ়ায়। সভাত আদৰণি ভাষন আগবঢ়াই টিহু সাহিত্য সভাৰ উপ সভাপতি তথা টিহু পৌৰসভাৰ উপ পৌৰপতি ড° সুৰজিৎ বৰ্মনে কয় যে কাব্য হ’ল সাহিত্যৰ এক অবিচ্ছেদ্য অংগ। ভাষন প্ৰসংগত তেওঁ অনাগত দিনত অসমীয়া ভাষা বৰ্তি থকাৰ ওপৰত গভীৰ শংকা প্ৰকাশ কৰে। টিহু সাহিত্য সভাৰ সম্পাদক ড° হেমেন ৰাজবংশীয়ে আঁত ধৰা আৰু উদ্দ্যেশ্য ব্যাখ্যা কৰা সভাখনত টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, কাব্যগ্ৰন্থখনৰ ৰচয়িতা ড° দিপালী দাস ডেকা, টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে ভৱকান্ত কলিতা,মহেশ চন্দ্ৰ শৰ্মা,শংকৰ কুমাৰ দাস আদিয়েও বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকাই। স্তোত্ৰ পাঠ কৰে নিকুমনি শৰ্মাই। অনুষ্ঠানত অৱসৰী শিক্ষয়িত্ৰী চন্দনা মেধিয়ে গীত মাত পৰিবেশন কৰে। অনুষ্ঠানত অঞ্চলটোৰ কেবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Previous Post

গভীৰ নিশা পুনৰ উত্তপ্ত মণিপুৰ , প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ কন্দুৱা গেছ

Next Post

জাতি আৰু বর্ণৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়ত নামভৰ্তি নিষিদ্ধ কৰিলে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জাতি আৰু বর্ণৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়ত নামভৰ্তি নিষিদ্ধ কৰিলে  আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে

জাতি আৰু বর্ণৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়ত নামভৰ্তি নিষিদ্ধ কৰিলে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7