VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ হৃদৰোগত মৃত্যু

voicedesk by voicedesk
August 9, 2023
in মুখ্য সংবাদ
ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ হৃদৰোগত মৃত্যু
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

মনোৰঞ্জন জগতত পুনৰ শোকৰ ছাঁ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা পৰিচালক নীতিন দেশাইয়ে নিজৰ ষ্টুডিঅ’ত  আত্মহত্যা কৰিছিল। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আন এক  বেয়া খবৰে জোঁকাৰি গ’ল বলিউড । ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ মৃত্যু হৈছে । সোমবাৰে দুপৰীয়া হাৰ্ট এটেকত আক্ৰান্ত হৈ পৰিচালকজনক লগে লগে কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৩০ ঘণ্টা চিকিৎসাধীন হৈ থকাৰ পাছত মঙলবাৰে নিশা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিখ্যাত পৰিচালকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

 

কেইবাদিনো ধৰি তেওঁ নিউমোনিয়া আৰু লিভাৰৰ সমস্যাত ভুগি আছিল। তেওঁ চিকিৎসাধীন হৈ আছিল। কিন্তু হঠাৎ হাৰ্ট এটেক হয়। গোটেই দিনটো তেওঁক আইচিইউত ৰখা হৈছিল। পিছত পৰিচালকজনক ভেণ্টিলেটৰৰ সহায়ত ৰখা হয় ৷  মালয়ালম চিনেমাৰ এইজন জনপ্ৰিয় পৰিচালক মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

 

আশীৰ দশকৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ । তিনি দশকৰো অধিক সময় তেওঁ দক্ষিণৰ ছবিৰ সৈতে জড়িত আছিল। মূলসুঁতিৰ ব্যৱসায়িক চিনেমাত তেওঁ সুপৰিচিত।তেওঁ ‘গডফাদাৰ’, ‘কাবুলীৱালা’, ‘হিটলাৰ’, ‘ফ্ৰেণ্ডছ’, ‘ভিয়েটনাম কলনী’ৰ দৰে হিট ছবি পৰিচালনা কৰিছিল।’হালচল’ ছবিৰে বলীউডত অভিষেক ঘটায়। তেওঁ আছিল প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্যকাৰ। ইয়াৰ পিছত ২০১১ চনত তেওঁ ছলমান খান, কৰীনা কাপুৰ অভিনীত ছবি ‘বডিগাৰ্ড’ পৰিচালনা কৰে।তেওঁৰ শেষৰখন ছবি আছিল মোহনলাল আৰু অৰবাজ খান অভিনীত ‘বিগ ব্রাদাৰ’।

 

তেখেতৰ মৃত্যুৰ খবৰে ছবি জগতখনক মৰ্মাহত কৰিছে।পৰিচালক গৰাকীৰ মৃত্যুৰ খবৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অভিনেতা  ছালমানে। অতুল অগ্নিহোত্ৰী আৰু মোহনলালেও শোক প্ৰকাশ কৰে।

Previous Post

৭,৬০৬ কোটিৰ আয়, কিমান আয়কৰ দিয়ে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ?

Next Post

মাহিলী দৰমহা আছিল ৪৫ হাজাৰ, অৱসৰপ্ৰাপ্ত ষ্ট’ৰ কিপাৰৰ কোটি টকাৰ সম্পত্তি দেখি হতভম্ব আৰক্ষী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মাহিলী দৰমহা আছিল ৪৫ হাজাৰ, অৱসৰপ্ৰাপ্ত ষ্ট’ৰ কিপাৰৰ কোটি টকাৰ সম্পত্তি দেখি হতভম্ব আৰক্ষী

মাহিলী দৰমহা আছিল ৪৫ হাজাৰ, অৱসৰপ্ৰাপ্ত ষ্ট’ৰ কিপাৰৰ কোটি টকাৰ সম্পত্তি দেখি হতভম্ব আৰক্ষী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7