VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বালিকা বধুৰ জৰিয়তে সৰু পৰ্দাত জনপ্ৰিয় হৈ পৰা, বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ মাত্ৰ ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

voicedesk by voicedesk
September 2, 2021
in মুখ্য সংবাদ, জীৱন
বালিকা বধুৰ জৰিয়তে সৰু পৰ্দাত জনপ্ৰিয় হৈ পৰা, বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ মাত্ৰ ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে দূৰদৰ্শনৰ অতি জনপ্ৰিয় অভিনেতা আৰু বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ।

শুক্লাই এগৰাকী মডেল হিচাপে “শ্ববিজ”ত তেওঁৰ কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। আনহাতে দূৰদৰ্শনৰ অনুষ্ঠান “বাবুল কা আংগন চুটে না”ত মুখ্য চৰিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত “জানে পেহচানে চে… ইয়ে আজনাব্বি”, “লাভ ইউ জিন্দেগী” ইত্যাদি বিভিন্ন টেলিভিশ্বনৰ অনুষ্ঠানত তেওঁক দেখা পোৱা গৈছিল। 

কিন্তু “বালিকা বধু” নামৰ ধাৰাবাহিকখনৰ জৰিয়তে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰাৰ লগতে দূৰদৰ্শনৰ অতি চিনাকী মুখ হৈ পৰে শুক্লা। তেওঁ “ঝলক দিখলা যা ৬”, “ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ৭” আৰু “বিগ বছ ১৩” কে ধৰি বহুকেইটা ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰিছিল।

২০১৪ চনত শুক্লাই কৰণ জোহৰৰ দ্বাৰা প্ৰযোজিত “হাম্পটি শৰ্মা কি দুলহানিয়া”ৰ জৰিয়তে বলীউডতো আত্মপ্ৰকাশ কৰিছিল।

অতি দুৰ্ভাগ্যজনকভাৱে সম্ভাৱনাময় এই অভিনেতাজনৰ বৃহস্পতিবাৰে মৃত্যু ঘটে। চিকিৎসালয় কতৃপক্ষই জনোৱা অনুসৰি চিকিৎসালয়লৈ অনাৰ আগতেই হৃদৰোগত তেওঁৰ মৃত্যু ঘটিছিল।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুত অনুৰাগী তথা সহকৰ্মী বন্ধু-বান্ধৱৰ লগতে সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে।

Previous Post

অসমৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ লাভলীনাৰঃফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

Next Post

টেজেডি কিং খ্যাত প্ৰয়াত অভিনেতা দিলিপ কুমাৰৰ পত্নী চায়েৰা বানুক সংকট জনক অৱস্থাত মুম্বাইৰ হিন্দুজা হাস্পাতালত ভৰ্তি

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
টেজেডি কিং খ্যাত প্ৰয়াত অভিনেতা দিলিপ কুমাৰৰ পত্নী চায়েৰা বানুক সংকট জনক অৱস্থাত মুম্বাইৰ হিন্দুজা হাস্পাতালত ভৰ্তি

টেজেডি কিং খ্যাত প্ৰয়াত অভিনেতা দিলিপ কুমাৰৰ পত্নী চায়েৰা বানুক সংকট জনক অৱস্থাত মুম্বাইৰ হিন্দুজা হাস্পাতালত ভৰ্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7