VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দক্ষতা বৃদ্ধিৰ বাবে নাবিকসকলৰ বিশেষ পৰীক্ষা

voicedesk by voicedesk
December 3, 2021
in মুখ্য সংবাদ
দক্ষতা বৃদ্ধিৰ বাবে নাবিকসকলৰ  বিশেষ পৰীক্ষা
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

দক্ষতা বৃদ্ধিৰ বাবে “নাবিক জীৱন”ৰ মুকলি আৰু ভিচি মুডৰ জৰিয়তে অনলাইন দক্ষতা আধাৰিত পৰীক্ষাৰ শুভাৰম্ভণি  কৰে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোনোৱালে ৷অনুষ্ঠানত ভাষণ প্রদান কৰি তেওঁ ভাৰতীয় নাবিকসকলক  ৰাষ্ট্রদূত হিচাপে অভিহিত কৰাৰ লগতে জাহাজ তথা বন্দৰ নাবিক প্রশিক্ষণৰ বিকাশৰ বাবে কাম কৰাৰ আশ্বাস প্ৰদান কৰে ৷ সামুদ্রিক খণ্ডত ভাৰতে বিশ্বনেতা হিচাপে আত্মপ্রকাশ কৰিছে বুলি তেওঁ  উল্লেখ কৰে। কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সোনোৱালে বৃহস্পতিবাৰে কয় যে কেন্দ্রীয় চৰকাৰে ভাৰতীয় নাবিকসকলৰ মানদণ্ড উন্নত কৰিবলৈ আৰু তেওঁলোকৰ জীৱন আৰামদায়ক কৰি তুলিবলৈ অহৰহ্ চেষ্টা চলাই আছে।

ভাষণ প্ৰসংগত তেওঁ কয় ‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  চলিত বর্ষৰ মাৰ্চত আৰম্ভ কৰিছে  মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ ৷ ভাৰত হৈছে সর্ববৃহৎ নাবিক প্ৰশিক্ষণ দিয়া  ৰাষ্ট্রসমূহৰ ভিতৰত অন্যতম আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত আমাৰ নাবিকসকলৰ যথেষ্ট চাহিদা আছে। নাবিক জীৱন হৈছে  ভাৰতীয় নাবিক আৰু প্ৰাক সমুদ্ৰ  শিক্ষার্থীসকলৰ জীৱনৰ ওপৰত কৰা এক সমীক্ষা আৰু ই হৈছে ভাৰতীয় নাবিক আৰু তেওঁলোকৰ সমস্যাবোৰ অনুধাৱন কৰাৰ এক আন্তৰিক প্রয়াস।”

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জাহাজ পৰিবহণ সঞ্চালকালয়ে তিনিটা স্তৰৰ প্রণালী প্রৱর্তনকে ধৰি সক্রিয় আৰু অভিনৱ পদক্ষেপ গ্রহণ কৰিছে যাৰ ভিতৰত আছে ই-লার্ণিং, ভাচুৱেল শ্ৰেণী, অন-লাইন ভিডিঅ’ অনুষ্ঠান, অন-লাইন প্রস্থান পৰীক্ষা আৰু ডিজিটেল পাঠ্যক্রম সম্পূর্ণ কৰাৰ প্রমাণপত্র প্রৱর্তন।এতিয়া সেই প্রচেষ্টাৰ ধাৰাবাহিকতাত দক্ষতা পৰীক্ষাৰ অনলাইন প্রমাণপত্র মুকলি কৰি, ইয়াৰ প্রথম ডিজিটেল ৰিম’ট প্রক্টৰিং প্রণালীৰ জৰিয়তে নাবিকসকলৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক অগ্রণী পদক্ষেপ লোৱা  হৈছে। তেওঁ কয়,”আমি ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ বিকাশৰ ক্ষেত্ৰত এক নতুন পথ নির্দিষ্ট কৰিছোঁ। ভাৰত কাৰ্যকৰী, দক্ষ, দায়িত্বশীল আৰু প্রগতিশীল সামুদ্রিক ৰাষ্ট্র হিচাপে বিশ্বব্যাপী স্বীকৃত হোৱাৰ আমাৰ দৃষ্টিভংগীৰ সৈতে এই প্রচেষ্টা সামঞ্জস্যপূর্ণ।“

Previous Post

ৰাজভৱনত উন্মোচন দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূর্ত্তি

Next Post

যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী অংকিতা দত্তৰ দায়িত্ব গ্ৰহণ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী  অংকিতা দত্তৰ দায়িত্ব গ্ৰহণ

যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী অংকিতা দত্তৰ দায়িত্ব গ্ৰহণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7