VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘স্মৃতিৰ সঁফুৰা’ আনুষ্ঠানিক শুভ উন্মোচন

voicedesk by voicedesk
October 4, 2023
in মুখ্য সংবাদ
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল কাটাৰীয়াৰ
0
SHARES
70
VIEWS
Share on FacebookShare on Twitter

চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ওপৰ চচল বিহু সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, চচল নামঘৰ সমিতিৰ প্ৰাক্তন সম্পাদক তথা বৃহত্তৰ গুৱাহাটীৰ ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত বিশিষ্ট হাস্য-ব্যংগ সাহিত্যৰ লেখক, কবি তথা বিশিষ্ট সমাজসেৱী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেৱা বিভাগৰ বিষয়া প্ৰয়াত লীলা কান্ত বৰাদেৱৰ প্ৰথম বাৰ্ষিক মৃত্যু-তিথিৰ লগত সংগতি ৰাখি তেখেতৰ কৰ্মময় জীৱনক আলোকপাত কৰি পৰিয়ালবৰ্গৰ উদ্যোগত এখনি স্মৃতিগ্ৰন্থ “স্মৃতিৰ সঁফুৰা” প্ৰকাশ কৰা হয় । স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে হৰিনাৰায়ণ বৰ্মনে তথা সম্পাদনাত সহযোগ কৰে কনক চন্দ্ৰ মহন্ত আৰু পৰাণজ্যোতি বৰাই । “স্মৃতিৰ সফুৰা”খন আজি এক বিশেষ স্মৃতিচাৰণ সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মিনেশ্বৰ হাজৰিকাই । উন্মোচনী অনুষ্ঠানত প্ৰয়াত লীলাকান্ত বৰাৰ কৰ্মজীৱনৰ বিভিন্ন স্মৰণীয় স্মৃতি ৰোমন্থন কৰে বিশিষ্ট সাহিত্যিক ‘অনুৰাধা দেশৰ’ শ্ৰষ্টা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা অসম সাহিত্য সভাৰ হেম বৰুৱা বঁটা বিজয়ী কামৰূপ ৰত্ন থানেশ্বৰ মালাকাৰে । প্ৰয়াত বৰাৰ পৰিয়াল বৰ্গৰ হৈ জ্যেষ্ঠ পুত্ৰ বিশিষ্ট অভিনেতা অৰূপ বৰাই স্মৃতি ৰোমন্থন কৰে । দ্বি শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা স্মৃতিচাৰণ অনুষ্ঠানত বিভিন্নজনে চচলত অৱস্থিত চচল শতদল শাখা সাহিত্য সভা, চচল ৰাজহুৱা নামঘৰ, ওপৰ চচল বিহু সন্মিলন আদি বিভিন্ন অনুষ্ঠানত প্ৰয়াত বৰাৰ অৱদানৰ কথা সদায়ে মনত সজীৱ কৰি ৰাখিব বুলি মন্তব্য আগবঢ়ায় ৷ স্মৃতিচাৰণ সভা আৰু বাৰ্ষিক অনুষ্ঠানত উপস্থিত থকা সকলো ব্যক্তিকে পৰিয়ালবৰ্গৰই কৃতজ্ঞতা আৰু ধন্যবাদ জনাই বুলি চচল শতদল শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ।

Previous Post

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল কাটাৰীয়াৰ

Next Post

ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত ভয়ংকৰ বান, বুৰাই পেলালে সেনা ছাউনী, সন্ধানহীন ২৩ জন সেনাজোৱান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত ভয়ংকৰ বান, বুৰাই পেলালে সেনা ছাউনী, সন্ধানহীন ২৩ জন সেনাজোৱান

ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত ভয়ংকৰ বান, বুৰাই পেলালে সেনা ছাউনী, সন্ধানহীন ২৩ জন সেনাজোৱান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7