VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৪ ডিচেম্বৰত বছৰৰ শেষৰটো সূৰ্য্য গ্ৰহণ

পুৱা ১০.৫৯বজাত আৰম্ভ হ’ব গ্ৰহণ

voicedesk by voicedesk
December 3, 2021
in মুখ্য সংবাদ
৪ ডিচেম্বৰত বছৰৰ শেষৰটো সূৰ্য্য গ্ৰহণ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

২০২১ বৰ্ষৰ ৪ডিচেম্বৰ তাৰিখে  বিশ্বৰ কেইবাখনো দেশত দৃশ্যমান হ’ব বছৰৰ শেষৰটো সূৰ্য্য গ্ৰহণ৷ পোনপটীয়াকৈ এই বিৰল মহাকাশীয় পৰিঘটনাৰ সাক্ষী হ’ব  এণ্টাৰ্কটিকা,দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ দৰে বিশ্বৰ  কেইখনমান দেশ৷ ভাৰতত এই পৰিঘটনা দৃশ্যমান নহ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে৷

এই মহাকাশীয় ঘটনাটো এই বছৰৰ ১০ জুনত সংঘটিত পূৰ্বৰ এনুলাৰ সূৰ্য্যগ্ৰহণৰ তুলনাত  হ’ব এক পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ ৷যেতিয়া চন্দ্ই, সূৰ্য আৰু পৃথিৱীৰ মাজেৰে অতিক্ৰম কৰে আৰু সূৰ্য্যক অৱৰোধ কৰে তেতিয়াই সূৰ্য্যগ্ৰহণ  হয় । ভাৰতীয় সময় অনুসৰি  শনিবাৰে পুৱা ১০.৫৯ বজাত আৰম্ভ হ’বলগীয়া এই সূৰ্য্য গ্ৰহণ  সম্পূৰ্ণকৈ  দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷অৱশ্যে  সৰ্বাধিক গ্ৰহণ দুপৰীয়া ১.০৩ বজাত হ’ব আৰু দুপৰীয়া ১.৩৩বজাত সম্পূৰ্ণ গ্ৰহণ সমাপ্ত হ’ব ৷ আনহাতে আবেলি ৩.০৭ বজাতহে আংশিক সূৰ্য্যগ্ৰহণ সমাপ্ত হ’ব। মুঠতে ২০২১ বৰ্ষৰ ৪ ডিচেম্বৰৰ দিনা পুৱাৰ  ১০.৫৯ বজাৰ পৰা  আবেলি ৩.০৭ বজালৈকে সম্পূৰ্ণ  ৪ ঘণ্টা ৮ মিনিটৰ বাবে  বছৰৰ শেষৰটো মহাকাশীয় ঘটনাৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ববাসী৷

 

Previous Post

শ্বেহনাজ গীলৰ ভাইৰেল ফটো

Next Post

জানুৱাৰীৰ পৰা এ টি এমৰ ধন উলিয়াওতেও হ’ব অধিক ব্যয়

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জানুৱাৰীৰ পৰা  এ টি এমৰ ধন উলিয়াওতেও হ’ব অধিক ব্যয়

জানুৱাৰীৰ পৰা এ টি এমৰ ধন উলিয়াওতেও হ’ব অধিক ব্যয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7