SBI general Insurance Company Limited ৰ তৰফৰ পৰা কভিদজনিত সমস্যত ভোগা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা কৰিছে।
যিসকল শিক্ষাৰ্থীয়ে কভিদ মহামাৰীত নিজৰ পিতৃ, মাতৃক হেৰুৱাইছে অথবা ঘৰৰ মূল উপাৰ্জনকাৰীক হেৰুৱাইছে তেওঁলোকে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্বাচিত আবেদনকাৰীয়ে ৩৮,৫০০ টকা পৰ্যন্ত জলপানি লাভ কৰিব। আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ, ২০২১।
ইয়াৰ উপৰিও উপৰোক্ত কভিদ সমস্যাত জৰ্জৰিত প্ৰথম শ্ৰেণীৰ পৰা স্নাতক ডিপ্লমা পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে কোটাক নিধিৰ তৰফৰ পৰাও জলপানিৰ ব্যৱস্থা কৰিছে। আবেদনৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২২।