VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্ৰীশ্ৰী মায়ামৰা গড়পৰা সত্ৰত পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত শৰণ পর্ব

voicedesk by voicedesk
May 6, 2024
in মুখ্য সংবাদ
শ্ৰীশ্ৰী মায়ামৰা গড়পৰা সত্ৰত পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত শৰণ পর্ব
0
SHARES
138
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে  পৰম্পৰা ৰক্ষা কৰিয়েই চাবুৱাৰ শ্ৰীশ্ৰী গড়পৰা সত্ৰত প্ৰায় ৪শতাধিক পুৰুষ-মহিলাই একেলগে শৰণ গ্ৰহণ কৰে।আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা ধৰ্মীয় পৰম্পৰাৰ অন্যতম বৈশিষ্ট হৈছে শৰণ লোৱা পৰ্ব। এক নিৰ্দিষ্ট সময়ত সকলো মায়ামৰা ধৰ্মৰ পুৰুষ-মহিলাই সত্ৰৰ সত্ৰাধিকাৰৰ অধীনত পৱিত্ৰ শৰণ গ্ৰহন কৰে।

 

 

উল্লেখ্য যে  ১৮০৬ চনতে প্ৰতিষ্ঠা কৰা হৈছিল ঐতিহাসিক গড়পৰা সত্ৰ। এই সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী চিদানন্দ দেৱগোস্বামীদেৱে বৃহত্তৰ চাবুৱা অঞ্চলৰ ৫ খন গাঁৱৰ প্ৰায়  ৪০০ গৰাকী পুৰুষ মহিলাক এক দৃষ্টিনন্দন পৰিৱেশত শৰণ প্ৰদান কৰে।শৰণ গ্ৰহণ কৰা ভক্তসকলে ধৰ্মীয় কাৰণত এটি গুৰু প্ৰদত্ত নাম লাভ কৰে বুলি জনবিশ্বাস আছে।

 

ভগৱন্তৰ সহস্ৰ নামৰ একোটি নাম সত্ৰাধিকাৰে শৰণ গ্ৰহনৰ সময়ত প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত “নাম-জাননী” নামৰ এটি অনুষ্ঠানৰ  আয়োজন কৰি এই নাম‌সমূহ পাছত ৰাইজৰ সন্মুখত ৰাজহুৱা কৰি দিয়া হয়। এনেদৰেই আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত মায়ামৰা ধৰ্মীয় ৰীতি যুগ যুগৰ পৰা সকলো জাতি-জনগোষ্ঠীৰ লোকে গ্ৰহণ কৰি আহিছে।

Previous Post

কাইলৈ তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ, চাৰি লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা

Next Post

আইচিএছই-আইএছচিৰ ফলাফল ঘোষণা, ২০২৪ চনৰ পৰা বন্ধ হ’ব কম্পার্টমেণ্ট পৰীক্ষা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আইচিএছই-আইএছচিৰ ফলাফল ঘোষণা, ২০২৪ চনৰ পৰা বন্ধ হ’ব কম্পার্টমেণ্ট পৰীক্ষা

আইচিএছই-আইএছচিৰ ফলাফল ঘোষণা, ২০২৪ চনৰ পৰা বন্ধ হ’ব কম্পার্টমেণ্ট পৰীক্ষা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7