VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এযোৰ চেণ্ডেলৰ দাম কিমান হ’ব পাৰে বাৰু ? ১.৭৭ কোটি টকাত নিলাম হ’ল কাৰ চেণ্ডেল !!

voicedesk by voicedesk
November 16, 2022
in মুখ্য সংবাদ
এযোৰ চেণ্ডেলৰ দাম কিমান হ’ব পাৰে বাৰু ? ১.৭৭ কোটি টকাত নিলাম হ’ল কাৰ চেণ্ডেল !!
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

এযোৰ চেণ্ডেলৰ দাম কিমান হ’ব পাৰে বাৰু ? হয়তো আপুনি চেলিব্ৰিটি সকলে পৰিধান কৰা নামী দামী ব্ৰেণ্ডৰ চেণ্ডেল অথবা জোতাৰ মূল্য কেইবা হাজাৰ টকা বুলি জানে ৷ কিন্তু এযোৰ চেণ্ডেলৰ মূল্য ১.৭৭ কোটি টকা বুলি ক’লে আপুনি বিশ্বাস কৰিবনে ? শুনিবলৈ আচৰিত যেন লাগিলেও এযোৰ বিশেষ চেণ্ডেল বিক্ৰী হৈছে ১.৭৭ কোটি টকাত ৷ অৱশ্যে কোনো প্ৰতিষ্ঠানে নিজৰ বিপনীত ইমান মূল্যত এই চেণ্ডেলযোৰ বিক্ৰী কৰা নাই ৷ নিলামৰ জৰিয়তেহে বিক্ৰী কৰা হৈছে এই চেণ্ডেলযোৰ ৷

বিশ্বৰ আগশাৰীৰ তথ্য –প্ৰযুক্তি প্ৰতিষ্ঠান এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছে পিন্ধা বাদামী ৰঙৰ এযোৰ  চেণ্ডেল  ২১৮,৭৫০ ডলাৰ(১.৭৭ কোটি টকা)ত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ৷ নিলাম কোম্পানী জুলিয়েনছ অকচনে  এই তথ্য প্ৰকাশ কৰিছে। ১১ নৱেম্বৰত অঅৰম্ভ হোৱা এই নিলাম ১৩ নৱেম্বৰত সমাপ্ত হয়।

নিলাম প্ৰতিষ্ঠানটোৱে উল্লেখ কৰা অনুসৰি  চুইড চামৰাৰ বাৰ্কেনষ্টক এৰিজোনা চেণ্ডেলযোৰ পিন্ধিছিল ষ্টিভ জবছে। জবছে ১৯৭০ আৰু ১৯৮০ চনলৈ  এই বিশেষ চেণ্ডেল পিন্ধিছিল। ৱেবছাইটত থকা সবিশেষ অনুসৰি এপলৰ ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ মুহূৰ্তত ষ্টিভ জবছে এই চেণ্ডেল পিন্ধিছিল। ১৯৭৬ চনত তেওঁ এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ ৱ’জনিয়াকৰ সৈতে লছ আলটছৰ গেৰেজত মাজে মাজে এই চেণ্ডেল পিন্ধি এপল কম্পিউটাৰৰ আৰম্ভণি  কৰিছিল।

২০১৭ চনত ইটালীৰ মিলানোৰ চেল’ন ডেল ম’বাইল, ২০১৭ চনত জাৰ্মানীৰ ৰাহ্মছৰ বাৰ্কেনষ্টক মুখ্য কাৰ্যালয়ত, নিউয়ৰ্কৰ ছ’হ’ত থকা বাৰ্কেনষ্টকৰ প্ৰথমটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্ট’ৰত আইএমএমত অনুষ্ঠিত হোৱা একাধিক প্ৰদৰ্শনীৰ অংশ হৈ আহিছে  এই চেণ্ডেলযোৰ ৷

 

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব ডোনাল্ড ট্ৰাম্পে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব ডোনাল্ড  ট্ৰাম্পে

পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব ডোনাল্ড ট্ৰাম্পে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7