VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সূত্ৰধাৰৰ নৃত্য সন্ধিয়া

' শাস্ত্ৰীয় ' শীৰ্ষক কফিটেবুল কিতাপ উন্মোচন

voicedesk by voicedesk
April 11, 2023
in মুখ্য সংবাদ
শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সূত্ৰধাৰৰ নৃত্য সন্ধিয়া
0
SHARES
48
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ অন্যতম পৰিবেশ্য কলাৰ প্ৰতিষ্ঠান সূত্ৰধাৰে এদিনীয়া কাৰ্য্যসূচীৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহ’ ত অনুষ্ঠিত কৰিলে এটি মনোমোহা দৃষ্টিনন্দন নৃত্য আৰু অংগ সঞ্চালনৰ সন্ধ্যা ৷ উক্ত সন্ধিয়াৰ বিষয়বস্তু হ’ল মন ভৌতিক অংগ সঞ্চালন অৰ্থাৎ Psychophysical movement and dance , এই সন্ধিয়াত লগন উকলি গ’ল , জোনাকী বাটেৰে , ৰাৱন , এন্টি ড্ৰাগ , অৱতাৰ আৰু ৰাম ৰাজ্য শীৰ্ষক এক আকৰ্ষণীয় নৃত্যানুষ্ঠান উপস্থাপন কৰা হয় । মূলতঃ আংগিক সঞ্চালনৰ লগত মানসিক তথা ভৌতিক সঞ্চালন সংযুক্ত কৰি উক্ত অনুষ্ঠানটো এক নতুন দিশ উন্মোচন কৰাৰ চেষ্টা কৰিছিলে সূত্ৰধাৰৰ পৰিচালক গৌৰব কুমাৰ হাজৰিকাকে প্ৰমুখ্য কৰি সহযোগী শিল্পীসকলে ৷ সূত্ৰধাৰে শিক্ষাত নৃত্য বিষয়ক চিন্তাৰে কলা সংস্কৃতিৰ জৰিয়তে মানুহৰ মনত আনন্দ দিয়াৰ চেষ্টা কৰি আহিছে ৷ এই আনন্দৰ জৰিয়তে মানুহে জীৱনৰ মূল্যবোধৰ বিষয়েও জ্ঞান আহৰণ কৰা দেখা গৈছে । কলা-সংস্কৃতিক বিদ্যায়তনিক বা শৈক্ষিক দিশৰ লগত সংযুক্ত কৰি সূত্ৰধাৰে এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷

মনভৌতিক অংগ সঞ্চালনৰ সন্ধিয়াটিত সূত্ৰধাৰে যি অনুষ্ঠান পৰিৱেশন কৰিলে সেয়া প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিজন দৰ্শকক ভবাই তুলিবলৈ বাধ্য কৰালে যে পৰিবেশ্য কলাত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰেও
এক নতুন সোৱাদ পাব পাৰি ৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰিবেশ্য কলা বিভাগৰ মুৰব্বী অধ্যাপক উৎপল দত্ত লগতে প্ৰতিদিন টাইমচ চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু বৰেণ্য প্ৰবীণ সংগীত শিল্পী সূৰ্য গোস্বামী । উৎপল দত্তৰ ভাষনত উল্লেখ কৰে যে এনেধৰণৰ মনভৌতিক অংগ সঞ্চালনৰ পৰিবেশন ভাৰতৰ বাহিৰত বিভিন্ন দেশত উপস্থাপন কৰা হয় কিন্তু এইটো অসমৰ কাৰণে কিছু নতুন। এই প্ৰসংগত দত্তই নগাঁৱৰ পৰিবেশ্য কলাৰ ইতিহাঁসৰ বিষয়ে আলোকপাত কৰে ৷ সূত্ৰধাৰৰ এই প্ৰচেষ্টাক এক অভূতপূৰ্ব সাফল্য বুলি ব্যাখ্যা কৰাৰ লগতে ই আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বুলি মন্তব্য প্ৰদান কৰে আৰু ই একক অদ্বিতীয় আৰু অনন্য বুলি মন্তব্য আগবঢ়াই। প্ৰবীন সংগীত শিল্পী সূৰ্য গোস্বামীয়ে সূত্ৰধাৰৰ এই পদক্ষেপ অসমৰ নৃত্য – নাট্য জগতৰ বাবে সু সংবাদ বুলি অভিহিত কৰে ।অনুষ্ঠানত সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ, শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ সমাজসেৱা বিভাগৰ মুৰব্বী অধ্যাপক মৃণাল কুমাৰ গগৈ আৰু পৰিবেশ্য কলা বিভাগৰ অধ্যাপক সোণমণি শৰ্মাৰ লগতে বহু গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । ৫০ গৰাকী তৰুণ শিল্পীয়ে অংশগ্ৰহণ কৰা সূত্ৰধাৰৰ এই অনুষ্ঠানটিত ‘ শাস্ত্ৰীয় ‘ শীৰ্ষক এখনি কফি টেবুল কিতাপ উন্মোচন কৰা হয় ।

Previous Post

বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়াৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

Next Post

ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন

ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7