VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰথমে একেলগে চাহঃ তাৰ পাছতেই হত্যা

voicedesk by voicedesk
August 30, 2021
in মুখ্য সংবাদ, জীৱন, সমাজ
প্ৰথমে একেলগে চাহঃ তাৰ পাছতেই হত্যা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

তালিবান অধ্যুষিত আফগানিস্তান এতিয়াৰ মানৱতাৰ বধ্যভূমি। শেহতীয়াকৈ তালিবানৰ নৃশংসতাৰ বলি হ’ল দেশখনৰ লোকশিল্পী ফায়াদ আন্দাৰাবি।

শিল্পী গৰাকীক হত্যাৰ পিছত তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে কৈছে যে ঘটনাটোৰ তদন্ত কৰা হ’ব কিন্তু হত্যা সম্পৰ্কীয় কোনো তথ্য তেওঁলোকৰ হাতত নাই। আনহাতে তালিবানী আইন মতে ইছলাম ধৰ্মত সংগীত কঠোৰভাৱে নিষিদ্ধ আৰু সেয়ে সকলোকে সংগীতৰ পৰা দূৰত থকাৰ নিৰ্দেশ দিয়া হৈছিল।

আফগানিস্তান দখলৰ পাছৰ পৰাই তালিবানে এটা এটা নৃশংস কাৰ্যকলাপেৰে বিশ্ববাসীক উদ্বিগ্ন কৰি ৰাখিছে। আনহাতে ফায়াদ আন্দাৰাবিক হত্যাৰ পূৰ্বে তালিবানীয়ে তেওঁৰ সৈতে চাহ খাইছিল বুলি বাতৰিত প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে লোকশিল্পী আন্দাৰাবিয়ে প্ৰধানকৈ আফগানিস্তানৰ প্ৰশংসা বিষয়ক সংগীতেই পৰিৱেশন কৰিছিল আৰু তেওঁৰ গীতৰ বিষয়বস্তু আফগানিস্তানৰ লোকসকলেই আছিল। শিল্পীগৰাকীৰ পুত্ৰই উল্লেখ কৰা অনুসৰি কিছুসংখ্যক তালিবান পূৰ্বতেও তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু দেউতাকৰ সৈতে কোনো ধৰণৰ শত্ৰুতাৰ মনোভাৱ পোষণ কৰা নাছিল। 

ইছলাম ধৰ্মত সংগীত সঁচাকৈয়ে নিষিদ্ধ নেকি নে এয়া তালিবানৰ দ্বাৰা ঘোষিত আইন? সেই লৈ সচেতন মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

Previous Post

তালিবানৰ নিষ্ঠুৰতা-বৰ্বৰতাক প্ৰত্যাহ্বানঃ অন্যায়ৰ প্ৰতিবাদেৰে সহস্ৰ মহিলাৰ কণ্ঠস্বৰ হৈ পৰিছে আফগানিস্তানৰ ক্ৰিষ্টেল বায়াট

Next Post

টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং চেম্পিয়ন অবনীয়ে

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং  চেম্পিয়ন অবনীয়ে

টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং চেম্পিয়ন অবনীয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7