VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপি চৰকাৰে অনুসূচিত জাতিক উপযুক্ত মৰ্যদা প্ৰধান কৰিছে

voicedesk by voicedesk
April 4, 2023
in মুখ্য সংবাদ
বিজেপি চৰকাৰে অনুসূচিত জাতিক উপযুক্ত মৰ্যদা প্ৰধান কৰিছে
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

যোৰহাটঃ৪ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টী যোৰহাট জিলা অনুসূচীত জাতি মৰ্চাৰ তৃতীয় খন কাৰ্যনিৰ্বাহক সভা আজি দলৰ জিলা কাৰ্যালয়ত মৰ্চা জিলাৰ সভাপতি অনন্ত দাসৰ সভাপতিত্ব অনুষ্ঠিত হয়। দলৰ পতাকা উওোলনৰ আৰু বন্তি প্ৰজ্বলন কৰে অনন্ত দাসে। মাতৃ বন্দনাৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। শোক প্ৰস্তাৱ পাঠ কৰে জিলাৰ সাঃসম্পাদক ৰমেন দাসে। ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে ৰাজ্যিক কাৰ্যনিবাহক মহেশ হাজৰীকাই। ৰাজনৈতিক প্ৰস্তাৱত কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতি লোক সকলক শোষন আৰু বঞ্চনাৰ পৰিবৰ্তে বিজেপি দলৰ চৰকাৰে জাতিটোক প্ৰকৃত মৰ্যদা দিয়া; দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে বিভিন্ন আচনি জৰিয়তে জাতিটোক আগুৱাই নিয়াৰ পদক্ষেপক বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ক আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু যোৰহাট আৰু মৰিয়নী সভা সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক কামৰ জৰিয়তে সমষ্টিক আগবঢ়ায় নিয়াৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীক ধন্যবাদ ঞ্জাপন কৰে।ৰাজনৈতিক প্ৰস্তাৱ সমৰ্থন জনায় মৰ্চাৰ জিলাৰ উপ সভাপতি ৰেখা বৰা আৰু বাবাজান দাসে।সভাত জিলাৰ সভাপতি হেমন্ত কলিতা মৰ্চা ৰাজ্যিক সম্পাদক তথা প্ৰভাৰী জিতু হাজৰীকা জিলা প্ৰভাৰী প্ৰমোদ কুমাৰ বৰা অনুসূচিত জাতি মহকুমা উন্নয়ন বৰ্ডৰ সভাপতি জগত চন্দ্ৰ দাস নিতুল দাসে বক্তব্য প্ৰদান কৰে।সভাখন আতধৰে সাঃসম্পাদক মনোজ কমাৰ দাস ৰমেন দাসে। কিংশুক দাস পাপু ৰজকৰ পৰিকল্পাৰে জিলাৰ সভাখন সুন্দৰ ভাৱে অনুষ্ঠিত হয়। সভাত বাৰটা সাংগাঠনিক মণ্ডলৰ সভাপতি সাঃসম্পাদক সকল জিলাৰ সাধাৰন সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ অমৰজ্যোতি শইকীয়া মৰ্চাৰ জিলাৰ বিষয় ববীয়া আৰু কাৰ্যনিৰ্বাহক সকল উপষ্ঠিত থাকে।সভাৰ আদৰনি ভাষন আৰু শলাগ ঞ্জাপন কৰে মৰ্চা জিলাৰ সভাপতি অনন্ত দাসে। ৰমেন দাস ।আহ্বায়ক সামাজিক মাধ্যম কোষ।

Previous Post

একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

Next Post

কবিতাৰ মহাসন্মিলন ‘অসমৰ’ উদ্যোগত কবিতাৰ আড্ডা সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কবিতাৰ মহাসন্মিলন ‘অসমৰ’ উদ্যোগত কবিতাৰ আড্ডা সম্পন্ন

কবিতাৰ মহাসন্মিলন 'অসমৰ' উদ্যোগত কবিতাৰ আড্ডা সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7