VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰেংগীত বাতৰি কাকতৰ এজেন্সীত কৰ্মৰত পিতৃ পুত্ৰই ৩ টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

voicedesk by voicedesk
May 11, 2024
in মুখ্য সংবাদ
নাৰেংগীত বাতৰি কাকতৰ এজেন্সীত কৰ্মৰত পিতৃ পুত্ৰই ৩ টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
0
SHARES
1.3k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এটি বাতৰি কাকতৰ এজেন্সীত ৪৪ বছৰ কৰ্মৰত শৰৎ কলিতাৰ পুত্ৰ বিশ্বজিৎ কলিতাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩ টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৩.৫ শতাংশ নম্বৰেৰে পৰিয়ালৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ সুখৰ নিজৰা বোৱাই আনিছে । আজি নাৰেংগীৰ অঞ্চলত সুদীৰ্ঘ কাল ভাড়াঘৰত থাকি পঢ়াশুনা কৰা ছাত্ৰজনক “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা সাহিত্যিক পেন্সনাৰ কমল কলিতাই অংশ লৈ কয়- কৃতী বিদ্যাৰ্থী বিশ্বজিৎ কলিতাই অসমৰ সমাজ জীৱনত মচিব নোৱৰা সাঁচ বহুৱাব । প্ৰকাশনৰ সচিব, লেখক দীপক শৰ্মাই কয়- সোণৰ চামুচ লৈ জন্ম পোৱা সন্তানতকৈ সংগ্ৰামৰ মাজেদি আগুৱাই গ’লেহে সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পৰা যায় । শংকৰদেৱ শিশু নিকেতন, নাৰেংগীৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰজনৰ মাতৃ মিনতি কলিতা । বিশ্বজিৎ কলিতাই অসমীয়াত ৭৭, ইংৰাজীত ৯২, সাধাৰণ বিজ্ঞানত ৮৬, সমাজ বিজ্ঞানত ৭৫, সাধাৰণ গণিতত ৭৮, উচ্চ গণিতত ৯৩ নম্বৰ লাভ কৰিছিল । শৰৎ কলিতাৰ পিতৃৰ মূল ঘৰ কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ লাচি বিষ্ণুপুৰত ।

Previous Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱ, কেইবাখনো গ্ৰন্থ উন্মোচন

Next Post

আচাৰৰো আছে পুষ্টিকৰ গুণ, কিন্তু ঘৰত বনোৱা নে দোকানৰ পৰা ক্ৰয় কৰা আচাৰ খালে উপকৃত হ’ব আপুনি ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আচাৰৰো আছে পুষ্টিকৰ গুণ, কিন্তু ঘৰত বনোৱা নে দোকানৰ পৰা ক্ৰয় কৰা আচাৰ খালে উপকৃত হ’ব আপুনি ?

আচাৰৰো আছে পুষ্টিকৰ গুণ, কিন্তু ঘৰত বনোৱা নে দোকানৰ পৰা ক্ৰয় কৰা আচাৰ খালে উপকৃত হ’ব আপুনি ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7