VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হেলিকপ্টাৰ দূর্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইছিৰ মৃত্যু, প্ৰাণ হেৰুৱালে বৈদেশিক মন্ত্ৰীয়েও

voicedesk by voicedesk
May 20, 2024
in মুখ্য সংবাদ
হেলিকপ্টাৰ দূর্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইছিৰ মৃত্যু, প্ৰাণ হেৰুৱালে বৈদেশিক মন্ত্ৰীয়েও
0
SHARES
59
VIEWS
Share on FacebookShare on Twitter

হেলিকপ্টাৰ দূর্ঘটনাত পতিত হৈ শোকাৱহভাৱে প্ৰাণ হেৰুৱালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচিয়ে ৷ হেলিকপ্টাৰখনত ৰাইছিৰ সহযাত্ৰী তথা বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দুল্লাহিয়ানৰো মৃত্যু হয়।

 

দেওবাৰে ৰেইছিৰ হেলিকপ্টাৰখন পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। সেই ইৰাণ প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই ৰয়টাৰ সংবাদ সংস্থাক জনোৱা মতে, হেলিকপ্টাৰখনে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হৈ পৰে বুলিও বিষয়াগৰাকীয়ে জনায়।

 

ইয়াৰ পূৰ্বে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি গৰাকী থকা হেলিকপ্টাৰখন উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থাটোৱে দুৰ্ঘটনাস্থলীৰ ছবিও প্ৰদান কৰে। দেখা যায় যে হেলিকপ্টাৰখনৰ ভঙা অংশটো কুঁৱলীময় পাহাৰৰ ওপৰত পৰি আছে। একাধিক গাড়ী চলি আছে। দুৰ্ঘটনাস্থলীলৈ খোজকাঢ়ি গৈ আছে উদ্ধাৰকাৰী। দূর্ঘটনাৰ পাছতে হেলিকপ্টাৰখনত জুই লাগে। কেবাটাও অংশ জ্বলি গৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হেলিকপ্টাৰখনৰখনৰ কেবিন।

 

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰপতি গৰাকী আজাৰবাইজান ভ্ৰমণলৈ গৈছিল । তেওঁৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও আছিল ৷ দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন আজাৰবাইজানৰ সীমান্তৰ জোলফা চহৰৰ ওচৰত। ইৰাণৰ ৰাজধানীৰ পৰা কমেও ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে এই স্থান। চৰকাৰী সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে যে অতি সোনকালে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো ইৰাণ প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, প্ৰচণ্ড বৰষুণ আৰু ঘন কুঁৱলীৱে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে।

Previous Post

আই পি এলত অভিলেখ অভিষেকৰ, ভংগ কৰিলে কোহলিৰ ৮ বছৰীয়া নজিৰ

Next Post

একেৰাহে চতুর্থবাৰৰ বাবে প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন মানচেষ্টাৰ চিটি, দ্বিতীয় স্থানতে থাকিল আৰ্চেনাল

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
একেৰাহে চতুর্থবাৰৰ বাবে প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন মানচেষ্টাৰ চিটি, দ্বিতীয় স্থানতে থাকিল আৰ্চেনাল

একেৰাহে চতুর্থবাৰৰ বাবে প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন মানচেষ্টাৰ চিটি, দ্বিতীয় স্থানতে থাকিল আৰ্চেনাল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7