VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশিষ্ট নাট্যকাৰ–পৰিচালক কুমুদ ভট্টাচাৰ্য্যলৈ “গুৰুবঁটা” প্ৰদান

voicedesk by voicedesk
November 7, 2023
in মুখ্য সংবাদ
বিশিষ্ট নাট্যকাৰ–পৰিচালক কুমুদ ভট্টাচাৰ্য্যলৈ “গুৰুবঁটা” প্ৰদান
0
SHARES
86
VIEWS
Share on FacebookShare on Twitter

টিহু,৬ নৱেম্বৰঃ বিশিষ্ট নাট্যকাৰ–পৰিচালক কুমুদ ভট্টাচাৰ্য্যলৈ জীৱন জোৰা সাধনাৰ বাবে “গুৰুবঁটা” প্ৰদান কৰা হৈছে। কলা সাংস্কৃতিক অনুষ্ঠান গুৰুগৃহই প্ৰদান কৰিছে এই বঁটা । টিহু নগৰত থকা নাট্যশিল্পী কুমুদ ভট্টাচাৰ্যৰ বাসগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাট্যশিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয়। টিহু মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত উপাধ্যক্ষ গিৰীন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত উক্ত অনুষ্ঠানত গুৰুগৃহৰ প্ৰতিস্থাপক তথা প্ৰধান সঞ্চালক ড° মহীধৰ পাঠকে গুৰুগৃহ নামৰ অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য প্ৰকাশ কৰা লগতে ভৱিষ্যত কৰ্মসূচীৰ বিষয়েও অৱগত কৰে।

ভাষন প্ৰসংগত ড° পাঠকে কলা,সাংস্কৃতিক,ক্ৰীড়া আৰু স্বনিয়োজনৰ ওপৰতো গুৰগৃহই কৰ্মসূচী গ্ৰহন কৰা বুলি প্ৰকাশ কৰে। এগৰাকী নাট্যগুৰু হিচাপে গুৰুবঁটা গ্ৰহন কৰি বিশিষ্ট নাট্যকাৰ পৰিচাৰক কুমুদ ভট্টাচাৰ্যই নিজৰ অনুভৱ ব্যক্ত কৰি নিজকে গৌৰৱান্বিত বুলি কয়। উক্ত বঁটা গ্ৰহন কৰি তেওঁ পৰৱৰ্তী সময়ত নাট্য আন্দোলনত অধিক মনোনিৱেশ কৰিৰলৈ উৎসাহ আৰু প্ৰেৰণা লাভ কৰা বুলিও মত ব্যক্ত কৰে। কুলেন কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰী প্ৰসাশনিক বিষয়া ভৱানী প্ৰসাদ শৰ্মাই।

অনুষ্ঠানত টিহু পৌৰসভাৰ উপ পৌৰপতি ড° সুৰজিৎ বৰ্মন, টিহু ৰাজহুৱা পুথিভড়াল সমিতিৰ সম্পাদক শংকৰ কুমাৰ দাস, টিহু মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ বাবুল ডেকা আদিয়ে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি কুমুদ ভট্টাচাৰ্য এগৰাকী নাট্যকাৰ পৰিচালকৰ উপৰি একেধাৰে আবৃত্তিকাৰ আৰু ঘোষক হিচাপেও পৰিচিত।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

সমাগত লোকসভা নির্বাচন , অগপৰ বৈঠকৰ পাছতে সভাপতি অতুল বৰাৰ মন্তব্য –এইবাৰ নিশ্চিভাৱে লোকসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰিব অগপই

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সমাগত লোকসভা নির্বাচন , অগপৰ বৈঠকৰ পাছতে সভাপতি অতুল বৰাৰ মন্তব্য –এইবাৰ নিশ্চিভাৱে লোকসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰিব অগপই

সমাগত লোকসভা নির্বাচন , অগপৰ বৈঠকৰ পাছতে সভাপতি অতুল বৰাৰ মন্তব্য –এইবাৰ নিশ্চিভাৱে লোকসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰিব অগপই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7