VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়

voicedesk by voicedesk
November 26, 2023
in মুখ্য সংবাদ
চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়
0
SHARES
1.1k
VIEWS
Share on FacebookShare on Twitter

বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ কাইলৈ সমগ্ৰ অসমতে মুক্তিলাভ কৰিব৷ আজি মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত ছবিখনিৰ এক বিশেষ প্ৰদৰ্ষণী অনুস্থিত হয়। ‘ৰঙাটাপু’ বিশাল ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু চাপৰি৷ ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটিবলৈ ধৰে আৰু বসবাস কৰিবলৈ লোৱাৰ লগতে নানান হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ লয়৷ এনেদৰেই ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটাৰ ফলত তেওঁলোকে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে বিভিন্ন সংঘৰ্ষত লিপ্ত হৈছিল৷ বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা– ’৮০ দশকৰ এক ক’লা অধ্যায়৷ এই কাহিনী ৰূপালী-মালা, মৰম আৰু ৰাফিজাৰ৷ এই কাহিনী জীৱন আৰু যুদ্ধৰ, সত্য আৰু অসত্যৰ৷ এই কাহিনী আপোনাৰ৷ আমাৰ৷ সহজ-সৰল চহা সমাজৰ৷ চাৰিগৰাকী নাৰীৰ সহ্য-ধৈৰ্য্য, সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা এটা কাহিনী– ‘ৰঙাটাপু-১৯৮২’৷ ইপিনে, ছবিখনিৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে ছবিখন চোৱাৰ বাবে নেটিজেনৰ মাজত ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ‘কাশ্মীৰ ফাইলছ্‌’ৰ দৰে ঘটনা অসমতো আছে নেকি তাকে লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে৷ বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনিৰ পৰিচালক আদিত্যম শইকীয়া৷ মুখ্য সহকাৰী পৰিচালক ধনজিৎ দাস আৰু মৃণাল ডেকা৷ সহকাৰী পৰিচালক বিবেক বৰা৷ চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে৷ শব্দ সম্পাদনা আৰু সংমিশ্ৰণ কৰিছে অমৃত প্ৰীতমে৷ আৱহ সংগীত কৰিছে অমৃত প্ৰীতম আৰু সুকুমাৰে৷ কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ানে৷ ৰূপসজ্জাত আছে বিজেয়িতা পাটগিৰি৷ সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই৷ চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবিখনিত অভিনয় কৰিছে ক্ৰমে– আইমী বৰুৱা, গুঞ্জ ন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগিৰথী, হেমন্ত দেৱনাথ, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি শিল্পীয়ে৷

Previous Post

দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে

Next Post

চিনাকি মুখেই নেতৃত্ব দিব আছুক, শংকৰজ্যোতি সাধাৰণ সম্পাদক আৰু সভাপতি পদত উৎপল নিৰ্বাচিত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চিনাকি মুখেই নেতৃত্ব দিব আছুক, শংকৰজ্যোতি সাধাৰণ সম্পাদক আৰু সভাপতি পদত উৎপল নিৰ্বাচিত

চিনাকি মুখেই নেতৃত্ব দিব আছুক, শংকৰজ্যোতি সাধাৰণ সম্পাদক আৰু সভাপতি পদত উৎপল নিৰ্বাচিত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7