VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত উপস্থিত থাকিব ৰাষ্ট্ৰপতি, উখল মাখল ডিফু

voicedesk by voicedesk
January 13, 2024
in মুখ্য সংবাদ
কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত  উপস্থিত থাকিব ৰাষ্ট্ৰপতি, উখল মাখল ডিফু
0
SHARES
67
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয়  দিন। ডিফুৰ টাৰালাংচুত অনুষ্ঠিত হৈছে ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। ১৭ জানুৱাৰীত টাৰালাংচুৰ এই অনুষ্ঠানলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

 

উল্লেখ্য যে  কাৰ্বি যুৱ মহোৎসৱ হৈছে উত্তৰ-পূৱৰ অন্যতম বৃহৎ যুৱ মহোৎসৱ। ১৯৭৪ চনত কাৰ্বি ক্লাবত ৫টা ক্লাব লগ হৈ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিছিল কাৰ্বি যুৱ মহোৎসৱ ৷  এই কাৰ্বি যুৱ মহোৎসৱে এতিয়া সোনালী জয়ন্তী বৰ্ষত ভৰি দিলে। সেই উপলক্ষে ডিফুৰ টাৰালাংচুত বাৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি যুৱ মহোৎসৱ।

 

১৯৭৪ চনত আৰম্ভ হোৱা এই অনুষ্ঠানে ১৯৮৪ চনত বিস্তৃতভৱে প্ৰসাৰ লাভ কৰে। ১৯৮৪ চনত ডিফুৰ টাৰালাংচুত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় স্থায়ী মুকলি মঞ্চ। তেতিয়াৰে পৰাই কাৰ্বি কালচাৰেল ছছাইটিৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ।

 

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত  কাৰ্বি জনগোষ্ঠীৰ প্ৰায় ৬০০০ শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। এই শোভাযাত্ৰাত দাঙি ধৰা হৈছে কাৰ্বিসকলৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল সমাহাৰ।

 

এই অনুষ্ঠানত কাৰ্বিসকলৰ পৰম্পৰাগত খাদ্য,সাজপাৰ, লোকবাদ্য, কৃষিৰ আহিলাৰ মেলাও আয়োজন কৰা হৈছে। ইফালে ৫০ বছৰত ভৰি দিয়া কাৰ্বি যুৱ মহোৎসৱৰ মূখ্য অতিথি হিচাপে ১৭ জানুৱাৰীত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সমান্তৰালকৈ ৮ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সচকলে অংশগ্ৰহণ কৰিব। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে টাৰালাংচুৰ ৫০সংখ্যক কাৰ্বি যুৱ মহোৎসৱত।

 

 

Previous Post

কলিয়াবৰৰ মিছাত বাছৰ খুন্দাত প্ৰাণ গ’ল ৮ বছৰীয়া শিশুৰ , অঞ্চলজুৰি শোকৰ ছাঁ

Next Post

ডিমা হাচাওত ফুলিল পদুম, কংগ্ৰেছমুক্ত হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ডিমা হাচাওত ফুলিল পদুম, কংগ্ৰেছমুক্ত হ’ল  উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

ডিমা হাচাওত ফুলিল পদুম, কংগ্ৰেছমুক্ত হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7