VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জি-৭ৰ বৈঠকত অংশগ্ৰহণৰ বাবে আজি ইটালীলৈ প্ৰধানমন্ত্ৰী মোদী

voicedesk by voicedesk
June 13, 2024
in মুখ্য সংবাদ
জি-৭ৰ বৈঠকত অংশগ্ৰহণৰ বাবে আজি ইটালীলৈ প্ৰধানমন্ত্ৰী মোদী
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকালৰ প্ৰথমটো কূটনৈতিক ইনিংছ আমেৰিকা আৰু ইউৰোপৰ দৰে শক্তিশালী দেশৰ সৈতে আৰম্ভ কৰিবলৈ ওলাইছে। জি-৭ৰ আমন্ত্ৰণমূলক বৈঠকত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে ২৪ ঘণ্টীয়া ভ্ৰমণসূচীৰে তেওঁ ইটালীলৈ ৰাওনা হ’ব । সেই দেশৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতেও তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব ৷

 

আমেৰিকা, কানাডা, ফ্ৰান্স, ইটালী, ব্ৰিটেইন, জাৰ্মানী আৰু জাপানৰ সৈতে জি-৭ৰ পঞ্চাশতম অধিবেশন অত্যন্ত গুৰুত্বপূর্ণ ৷ এফালে পশ্চিমীয়া বিশ্ব, আনফালে চীন-ৰাছিয়া। কূটনৈতিক শিবিৰৰ মতে, এই পৰিস্থিতি ভাৰতৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থৰ সন্মুখত আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থিতি লোৱাৰ এক বৃহৎ সুযোগ। অহা মাহত এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কাজাখস্তান ভ্ৰমণ কৰিব মোদীয়ে। চীন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷

 

আমেৰিকাৰ সৈতে ৰাছিয়াৰ আলোচনাত মুখ্য ভূমিকা ল’ব পৰা একমাত্ৰ প্ৰধান দেশ হৈছে ভাৰত। অৱশ্যে জি-৭ৰ বৈঠকত এই বিষয়ত মোদীয়ে  উত্থাপন কৰাৰ কোনো সুযোগ নাই। তেওঁৰ ভাষণত ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰাজনীতি, আফ্ৰিকা, পৰিবেশ আদি বিষয় সামৰি লোৱা হ’ব। অৰ্থাৎ চাউথ ব্লকে ইংগিত দিছে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পূৰ্বৰ কাৰ্যকালত দক্ষিণ (গ্ল’বেল চাউথ)ক যিদৰে প্ৰতিনিধিত্ব কৰিছিল, এইবাৰো তেওঁ একেধৰণে প্ৰতিনিধিত্ব কৰিব। বৈদেশিক সচিব বিনয় কোৱাট্ৰাৰ ভাৰত আৰু গ্ল’বেল চাউথৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সুযোগ পাব মোদীয়ে ।

 

পিছদিনা চুইজাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ইউক্ৰেইনৰ শান্তি বৈঠকত নাথাকিব প্ৰধানমন্ত্ৰীগৰাকী। কোৱাট্ৰাই সংবাদমেলত কয় –“ ভাৰতে ইউক্ৰেইনৰ শান্তি আলোচনাত উপযুক্ত পৰ্যায়ত অংশগ্ৰহণ কৰিব। কোনে অংশগ্ৰহণ কৰিব সেই সম্পৰ্কে আলোচনা চলি আছে। সিদ্ধান্ত চূড়ান্ত হ’লেই ইয়াক অৱগত কৰা হ’ব।” সূত্ৰ অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পৰ্যায়ৰ এজন কূটনীতিবিদক সন্মিলনলৈ প্ৰেৰণ কৰা হ’ব পাৰে।

 

Previous Post

ছুপাৰ-৮ত ৱেষ্ট ইণ্ডিজ, বিদায় লোৱাৰ দিশে নিউজিলেণ্ড

Next Post

২০০ কোটি টকা দিয়া হ’লেও ‘এনিমেল’ত অভিনয় নকৰিলোহেঁতেন ? অসম সন্তান আদিল হুছেইনৰ মন্তব্যত বিতর্ক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
২০০ কোটি টকা দিয়া হ’লেও ‘এনিমেল’ত অভিনয় নকৰিলোহেঁতেন ? অসম সন্তান আদিল হুছেইনৰ মন্তব্যত বিতর্ক

২০০ কোটি টকা দিয়া হ’লেও ‘এনিমেল’ত অভিনয় নকৰিলোহেঁতেন ? অসম সন্তান আদিল হুছেইনৰ মন্তব্যত বিতর্ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7