VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্কট ৰোগত ভেকচিনৰ সফলতা, মডার্নাই আনিছে আশাৰ বতৰা

voicedesk by voicedesk
December 14, 2022
in মুখ্য সংবাদ
কৰ্কট ৰোগত ভেকচিনৰ সফলতা, মডার্নাই আনিছে আশাৰ বতৰা
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

জেনেটিক সামগ্ৰী আৰ এন এ ব্যৱহাৰ কৰি  ক’ভিডৰ ভেকচিন প্ৰস্তুত কৰা হৈছিল। তেতিয়াই গৱেষকসকলে আশাৰ পোহৰ দেখিছিল ৷ তেওঁলোকে ভাবিছিল যে এই আৰএনএ ব্যৱহাৰ কৰি ভেকচিন ভৱিষ্যতে কর্কট ৰোগৰ বিৰুদ্ধে উপযোগী হ’ব পাৰে। সেই আশা সম্পূৰ্ণ ভিত্তিহীন নাছিল ৷  ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান মডাৰ্নাৰ নতুন ভেকচিনৰ পৰীক্ষাৰ ফলাফলে ইয়াৰ সত্যতা প্ৰমাণ কৰিছে ৷ ঔষধ নিৰ্মাতা কোম্পানীটোৱে কয় যে তেওঁলোকৰ নতুনকৈ প্ৰস্তুত কৰা কর্কট প্ৰতিৰোধী আৰএনএ ভেকচিনে ছালৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সফলতা লাভ কৰিছে।

মডাৰ্নাই মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি   মেলানোমা নামৰ এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাত এই নতুন ভেকচিনটো পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে। এই পৰীক্ষাত মুঠ ১৫০ জন ৰোগীয়ে অংশগ্ৰহণ কৰিছিল। এই ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাত এতিয়া  পেমব্ৰলিজুমাব (Pembrolizumab) ব্যৱহাৰ কৰা হয়। পৰীক্ষামূলক প্ৰয়োগত ৰোগীক এমআৰএনএৰ এন্টিব’ডি দিয়া হৈছিল। এই পৰীক্ষাৰ কৰিবলৈ মডাৰ্নাই আন এটা ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্কৰ সৈতে সম্পন্ন কৰিছে ৷

সংস্থাটোৱে দাবী কৰিছে যে এই পৰীক্ষাটোৱে যথেষ্ট সফলতা লাভ কৰিছে। টিকাকৰণৰ পিছত কৰ্কট ৰোগৰ পুনৰাবৃত্তি আৰু ৰোগীৰ মৃত্যুৰ সম্ভাৱনা প্ৰায় ৪৪ শতাংশ হ্ৰাস পায়। সংস্থাটোৱে দাবী কৰিছে যে ভৱিষ্যতে তেওঁলোকে কেৱল ছালৰ  নহয়, অন্যান্য কৰ্কট ৰোগৰ বিৰুদ্ধেও এনে ভেকচিন প্ৰস্তুত কৰাৰ চেষ্টা কৰিব। প্ৰসংগক্ৰমে ক’ভিডৰ আগমনৰ পূৰ্বে জিনীয় সামগ্ৰীৰ পৰা তৈয়াৰী এনে ভেকচিন বহুলভাৱে উপলব্ধ নাছিল। কভিড প্ৰতিৰোধৰ বাবে এই আধুনিক ভেকচিনৰ সফলতাই মডাৰ্নাক বিখ্যাত কৰি তুলিছিল। যদি এই ভেকচিন কেন্সাৰৰ বিৰুদ্ধে সফল হয় তেন্তে কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে।

 

Previous Post

ধঁপাত বিক্ৰী কৰিলেই ৮০ লাখ টকা জৰিমনাঃ ধূমপান প্ৰতিৰোধৰ বাবে এই কঠোৰ আইন কোন দেশত বলবৎ হ’ব ?

Next Post

২৩৯ জন যাত্ৰীসহ মালয়েছিয়াৰ বিমান ইচ্ছাকৃতভাৱে দূর্ঘটনাগ্ৰস্ত কৰিছিল পাইলটে, অনুসন্ধানত পোহৰলৈ আহিছে নতুন তথ্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
২৩৯ জন যাত্ৰীসহ মালয়েছিয়াৰ বিমান ইচ্ছাকৃতভাৱে দূর্ঘটনাগ্ৰস্ত কৰিছিল পাইলটে, অনুসন্ধানত পোহৰলৈ আহিছে নতুন তথ্য

২৩৯ জন যাত্ৰীসহ মালয়েছিয়াৰ বিমান ইচ্ছাকৃতভাৱে দূর্ঘটনাগ্ৰস্ত কৰিছিল পাইলটে, অনুসন্ধানত পোহৰলৈ আহিছে নতুন তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7