VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউ পি এ চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ নাম সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

voicedesk by voicedesk
January 12, 2023
in মুখ্য সংবাদ
ইউ পি এ চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ নাম সলনি কৰিলে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিভিন্ন আঁচনিৰ নামো সলনি হয় ৷ এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে  সলনি কৰিব ইউপিএ চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ নাম ৷ কেন্দ্ৰীয় কেবিনেটে খাদ্য সুৰক্ষা আঁচনিৰ নাম সলনি কৰি ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

 

ক’ভিডৰ সময়ত মোদী চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱা ৮১ কোটি লোকক বিনামূলীয়াকৈ অতিৰিক্ত ৰেচন বিতৰণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ নাম আছিল ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’।দুসপ্তাহ পূৰ্বে মোদী চৰকাৰে সিদ্ধান্ত লৈছিল যে এইবাৰো খাদ্য সুৰক্ষা আইনৰ অধীনত ৮১ কোটি লোকক সম্পূৰ্ণ বিনামূলীয়া ৰেচন দিয়া হ’ব। এতিয়ালৈকে চাউলৰ বাবে প্ৰতি কেজিত ৩ টকা আৰু ঘেঁহুৰ বাবে প্ৰতি কেজিত ২ টকা আদায় দিব নালাগে ৷   আনফালে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অন্ত পেলাই অতিৰিক্ত ৰেচন বিতৰণ বন্ধ কৰি দিয়া হয় ৷

 

২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতি লক্ষ্য ৰাখি   কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত লয় যে সমগ্ৰ খাদ্য সুৰক্ষা আঁচনিৰ নাম এতিয়াৰে পৰা হ’ব ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’। কেন্দ্ৰীয় কেবিনেটলৈ প্ৰেৰণ কৰা এক টোকাত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে নতুন নামটো ‘প্ৰধানমন্ত্ৰী গৰিব অন্ন সুৰক্ষা যোজনা’ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।

কংগ্ৰেছে অভিযোগ কৰে যে ইউ পি এ চৰকাৰে খাদ্য সুৰক্ষা আইন প্ৰণয়ন কৰি দৰিদ্ৰ লোকৰ বাবে সুলভ ৰেচনৰ আঁচনি গ্ৰহণ কৰিছে। সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াৰ পূৰ্বেও মোদীয়ে পুৰণি চৰকাৰী আঁচনি, বিশেষকৈ ইউ পি এ চৰকাৰৰ আঁচনিবোৰক নতুন ধৰণে প্ৰধানমন্ত্ৰীৰ নাম সংযোজন কৰিছিল। উদাহৰণ স্বৰূপে ইন্দিৰা আৱাস যোজনাৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰা হৈছে। শস্য বীমা আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰখা হৈছে। দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া ৰন্ধন গেছৰ সৈতে সংযোগ কৰাৰ আঁচনিখনৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কৰা হৈছে। এইবাৰ খাদ্য ৰাজসাহায্যত প্ৰধানমন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

 

চৰকাৰী সূত্ৰ অনুসৰি বিনামূলীয়া ৰেচন বিতৰণৰ সমগ্ৰ খৰচ মোদী চৰকাৰে বহন কৰিব। সেয়েহে সম্পূৰ্ণ কৃতিত্ব লাভ কৰিব মোদীয়ে ৷ সেইবাবেই এই প্ৰকল্পৰ নাম প্ৰধানমন্ত্ৰীৰ নামেৰে ৰখা হৈছে। বিনামূলীয়া ৰেচন বিতৰণৰ বাবে চৰকাৰে বছৰি দুই লাখ কোটিৰো অধিক খৰচ হ’ব।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ফুটবল ক্লাবৰ বিৰুদ্ধে অভিলেখসংখ্যক ৩ কোটি টকাৰ জৰিমনা, কি অক্ষমণীয় অপৰাধ কৰিলে ক্লাৱটোৱে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ফুটবল ক্লাবৰ বিৰুদ্ধে অভিলেখসংখ্যক ৩ কোটি  টকাৰ জৰিমনা, কি অক্ষমণীয় অপৰাধ কৰিলে ক্লাৱটোৱে ?

ফুটবল ক্লাবৰ বিৰুদ্ধে অভিলেখসংখ্যক ৩ কোটি টকাৰ জৰিমনা, কি অক্ষমণীয় অপৰাধ কৰিলে ক্লাৱটোৱে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7