VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অহা মাহৰ পৰাই ‘বিশ্বকৰ্মা যোজনা’ আঁচনি, প্ৰধানমন্ত্ৰীৰ ঘোষণাক কঠোৰ সমালোচনা বিৰোধীৰ

voicedesk by voicedesk
August 16, 2023
in মুখ্য সংবাদ
অহা মাহৰ পৰাই  ‘বিশ্বকৰ্মা যোজনা’ আঁচনি, প্ৰধানমন্ত্ৰীৰ ঘোষণাক কঠোৰ সমালোচনা বিৰোধীৰ
0
SHARES
89
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত অ’বিচিৰ ভোটৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহৰ পৰা ‘বিশ্বকৰ্মা কৌশল যোজনা’ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । লালকিল্লাৰ  পৰা স্বাধীনতা দিৱসৰ ভাষণত তেওঁ কয় যে বিশ্বকৰ্মা পূজাৰ দিনাৰ পৰা আৰম্ভ হ’ব ১৩-১৫ হাজাৰ কোটিৰ প্ৰকল্প। অৱশ্যে বাজেটত এই প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছিল। বিৰোধীৰ মতে, চৰকাৰৰ অন্তিম সময়ত ঔদ্যোগিক সমাজখনক মোডীয়ে মনত পেলাইছে। এয়া ভোট কিনাৰ কৌশল ৷

 

দেশৰ জনসংখ্যাৰ প্ৰায় আধা অংশ অ’বিচি সম্প্ৰদায়ৰ। সেই সমাজৰ এটা বৃহৎ অংশই নাপিত, সোণৰ মিস্ত্ৰী, ৰাজমিস্ত্ৰীৰ কাম কৰে। সেয়ে আজি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ‘বিশ্বকৰ্মা কৌশল যোজনা’ই মূলতঃ অ’বিচিৰ মাজত শিল্পী হিচাপে কাম কৰা সমাজৰ জনসাধাৰণক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় –“ কোটি কোটি হাতে আমাৰ সপোন পূৰণৰ বাবে কাম কৰিলেহে আমি আমাৰ লক্ষ্যত উপনীত হ’ম। আমি হাজাৰ বছৰ ধৰি দাসত্ব সহ্য কৰি আহিছো। গতিকে আগন্তুক হাজাৰ বছৰলৈ ভাৰতক সমৃদ্ধিশালী কৰিব লাগিব ৷ “

বিৰোধী শিবিৰৰ মতে, মোডী চৰকাৰে অ’বিচি জনগোষ্ঠীৰ সমৰ্থন লাভৰ বাবে নিৰ্বাচনৰ মাত্ৰ ছমাহ পূৰ্বে অ’বিচি শিল্পীসকলক আৰ্থিক সাহায্য প্ৰদানৰ আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। যাতে তেওঁলোকৰ ওচৰলৈ পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰা সম্ভৱ হয়। অৱশ্যে চৰকাৰৰ মতে, অ’বিচি সম্প্ৰদায়ৰ উপৰিও অনুসূচিত জাতি, জনজাতীয় আৰু মহিলাসকলেও এই প্ৰকল্পৰ সুবিধা লাভ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইবাৰৰ বাজেটত ‘বিশ্বকৰ্মা যোজনা আঁচনি’ ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত আৰ্থিক সাহায্যৰ উপৰিও শিল্পীৰ প্ৰশিক্ষণ, আধুনিক প্ৰযুক্তি আৰু সামগ্ৰীৰ প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব।

 

মহানগৰীৰ বস্তি, কলনী বা ভাড়াঘৰত বাস কৰা অবিচি, নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাহিৰেও মোডীয়ে তেওঁলোকৰ বাবে সহজ চৰ্তত ঋণ প্ৰদানৰ আঁচনি ঘোষণা কৰে যাতে তেওঁলোকে নিজাকৈ ঘৰ নিৰ্মাণ কৰিব পাৰে বা ক্ৰয় কৰিব পাৰে। অহা মাহৰ পৰা আৰম্ভ হ’ব এই প্ৰকল্প। আজি প্ৰধানমন্ত্ৰীয়ে কয়, “মূলতঃ যিসকলে স্বীকৃতি নোপোৱা উপনিবেশ, জুপুৰি বা ভাড়াঘৰত বাস কৰে, যিসকলৰ নিজৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা আছে, চৰকাৰে বেংকৰ পৰা সহজ চৰ্তত ঋণ প্ৰদান কৰিব আৰু ঋণৰ সুত বজাৰৰ হাৰ।” মোডী চৰকাৰে নিম্ন মধ্যবিত্ত সমাজৰ সমর্থন লাভ কৰাৰ লক্ষ্যৰে সেই পৰিকল্পনা আনিছে৷ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নগৰ গৃহ নিৰ্মাণ যোজনা প্ৰকল্পৰ কাম চলিত বৰ্ষতে সম্পূৰ্ণ হ’ব। আগন্তুক দিনতো সেই প্ৰকল্প অব্যাহত ৰখাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰীয়ে ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

চন্দ্ৰৰ শেষ কক্ষপথত প্ৰৱেশ কৰিলে চন্দ্ৰযান -৩, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব চন্দ্ৰত অৱতৰণ প্ৰক্ৰিয়া

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চন্দ্ৰৰ শেষ কক্ষপথত প্ৰৱেশ কৰিলে চন্দ্ৰযান -৩, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব চন্দ্ৰত অৱতৰণ প্ৰক্ৰিয়া

চন্দ্ৰৰ শেষ কক্ষপথত প্ৰৱেশ কৰিলে চন্দ্ৰযান -৩, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব চন্দ্ৰত অৱতৰণ প্ৰক্ৰিয়া

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7