VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৬খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ, লণ্ডনৰ পৰা ভাৰতলৈ গাড়ী চলাই আহিল যুৱক

voicedesk by voicedesk
June 25, 2024
in মুখ্য সংবাদ
১৬খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ, লণ্ডনৰ পৰা ভাৰতলৈ গাড়ী চলাই আহিল যুৱক
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

মাতৃক সাক্ষাৎ কৰিবলৈ ১৬ খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ অতিক্ৰম কৰি নজিৰ গঢ়িলে এজন প্ৰৱাসী ভাৰতীয়ই  ।  তেওঁ  হৈছে বর্তমান লণ্ডন নিবাসী বীৰজিৎ মুংগলে। মাতৃক সাক্ষাৎ কৰাৰ  উপৰিও বীৰজিতৰ বিখ্যাত ছিল্ক পথত গাড়ী চলোৱাৰো আছিল তীব্ৰ হেপাহ । বীৰজিতৰ মাতৃৰ ঘৰ মহাৰাষ্ট্ৰৰ থানেত। লণ্ডনৰ পৰা থানেলৈ দূৰত্ব ১৮,৩০০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ  তেওঁ অফিচৰ পৰা দুমাহৰ ছুটী লৈছিল। ইয়াৰ পিছত যাত্ৰা আৰম্ভ কৰে । এই যাত্ৰাত বীৰজিতৰ সংগী হৈ পৰিল ৰোশন শ্ৰেষ্ঠ নামৰ বন্ধুজন । কিন্তু ৰোশনে বীৰজিতৰ লগত লণ্ডনৰ পৰা নেপাললৈ আহে । বীৰজিতে বাকী পথছোৱা অকলে গাড়ী চলাই ভাৰতত উপস্থিত হয় ৷  পিটিআইক দিয়া এক সাক্ষাৎকাৰত বীৰজিতে কয় যে তেওঁ ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম, পোলেণ্ড, লিথুৱেনিয়া, লাটভিয়া, ইষ্ট’নিয়া, ৰাছিয়া, উজবেকিস্তান, কিৰ্গিস্তান, চীন, তিব্বত, নেপাল, ভাৰতকে ধৰি মুঠ ১৬খন দেশ অতিক্ৰম কৰিছে।

 

বীৰজিতে কয়, “লণ্ডনৰ পৰা এছ ইউ ভি লৈ যাত্ৰা আৰম্ভ কৰিছিলো। সকলো অনুমতি আগতীয়াকৈ লোৱা হৈছিল। নিৰাপত্তাৰ কাৰণে ৰাতি গাড়ী চলোৱা নাছিলো ৷ আগতে প্ৰতিদিনে ৪০০ৰ পৰা ৬০০ কিলোমিটাৰ গাড়ী চলাবলৈ চেষ্টা কৰিছিলোঁ। কিছুদিন পৰিস্থিতি বিবেচনা কৰি ১০০০ কিলোমিটাৰ গাড়ী চলাইছিলো।” কিন্তু এই যাত্ৰা বৰ সহজ নাছিল বুলি বীৰজিতে উল্লেখ কৰে । তেওঁ কয়, “যাত্ৰা কঠিন আছিল। কিছু ঠাইত বতৰ বৰ বেয়া আছিল, কিছুমান ঠাইত অতি ঠাণ্ডা আছিল ।” তেওঁ কয় যে  ৫২০০ কিলোমিটাৰ উচ্চতাত উপনীত হ’লে শ্বাস-প্ৰশ্বাসত কষ্ট হৈছিল ৷ কিন্তু বীৰজিতে কয় যে কঠিন যাত্ৰা আৰু কঠিন পথৰ মাজতো এই অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰি। অৱশ্যে মাতৃক সাক্ষাতৰ পাছত পুনৰ ইমান দূৰ গাড়ী চলাবলৈ মন নোযোৱা হ’ল ৷ যাৰ বাবে তেওঁ চলোৱা এছ ইউ ভিখন জাহাজেৰে ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁ পুনৰ লণ্ডনলৈ উৰা মাৰিব।

 

 

Previous Post

বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত-ইংলেণ্ড, খেলৰ দিনা বৰষুণৰ সম্ভাৱনা কিমান?

Next Post

ৰজনীকান্তৰ সৈতে একেলগে দেখা যাব ছলমানক! কোনজন পৰিচালকৰ ছবিত দেখা যাব দুজন ছুপাৰষ্টাৰ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰজনীকান্তৰ সৈতে একেলগে দেখা যাব ছলমানক! কোনজন পৰিচালকৰ ছবিত দেখা যাব দুজন ছুপাৰষ্টাৰ?

ৰজনীকান্তৰ সৈতে একেলগে দেখা যাব ছলমানক! কোনজন পৰিচালকৰ ছবিত দেখা যাব দুজন ছুপাৰষ্টাৰ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7