VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ প্ৰাণ হেৰুৱালে যুৱকে

voicedesk by voicedesk
February 9, 2024
in মুখ্য সংবাদ
শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ প্ৰাণ হেৰুৱালে যুৱকে
0
SHARES
2.6k
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷  বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ এজন লোকে প্ৰাণ হেৰুৱাই ৷  শুকুৰবাৰে শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত এই অঘটন সংঘটিত হৈছে ৷ নিহত যুৱক জন লক্ষ্মীৰাম চৰেন (৩২) বুলি জানিব পৰা গৈছে । তেওঁ  বাক্সা জিলাৰ  উত্তৰকুছি ( জ্বালাবস্তী ) ৰ বাসিন্দা ৷সেনাই বোমা বাৰুদৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ  সময়তে  ৮১ মৰ্টাৰৰ বিস্মাফোৰণৰ ফলত মৃত্যু হয় যুৱক জনৰ ৷

 

 

ভাৰতীয় সেনাৰ নিয়মীয়া বোমা -বাৰুদৰ প্ৰশিক্ষণৰ সময়তে এই ঘটনা সংঘটিত  হয় ৷ এই ঘটনাত আহত হৈছে আন এজন যুৱক। আঘাতপ্ৰাপ্ত যুৱক জন হৈছে  হৰতোলা গাঁওৰ জিৰা হাজদা। প্ৰাপ্ত তথ্য অনুসৰি দুয়োজন যুৱক বোমা -বাৰুদৰ অৱশিষ্ট বুটলিবলৈ সেই স্থানলৈ গৈছিল ৷ সেই সময়ত এটা মর্টাৰ বিস্ফোৰণ হোৱাত যুৱকজনৰ মৃত্যু হয় ৷

 

 

উল্লেখ্য যে, কিছুদিন পূৰ্বেও শুকানজুলী ফায়াৰিং ৰেঞ্জত ভাৰতীয় সেনা বাহিনীৰ লঘু আৰু গধুৰ অস্ত্ৰশস্ত্ৰৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে ৰেঞ্জৰ ভিতৰত বোমা বাৰুদৰ অৱশিষ্ট বুটলিব গৈ আন এজন লোকেও  মৃত্যুক সাৱটি লৈছিল  ৷

Previous Post

কি হ’ব লুৰীন গগৈৰ ডিব্ৰুগড়ত নির্বাচনী খেলাৰ অংক ? হঠাৎ আপে তিনি সমষ্টিত প্ৰার্থী ঘোষণা কৰাত বিপাঙত বিৰোধী ঐক্য

Next Post

উচ্চেদক লৈ উত্তেজনা ৷! চাৰিজন নিহত, ২৫০ জন আহত, জাৰি কৰা হৈছে কাৰ্ফিউ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
উচ্চেদক লৈ উত্তেজনা ৷! চাৰিজন নিহত, ২৫০ জন আহত, জাৰি কৰা হৈছে কাৰ্ফিউ

উচ্চেদক লৈ উত্তেজনা ৷! চাৰিজন নিহত, ২৫০ জন আহত, জাৰি কৰা হৈছে কাৰ্ফিউ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7