VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডেংগুৰ সংক্ৰমণত কার্বি-আংলঙত অবর্ণনীয় পৰিস্থিতিঃ৩,৩৩২লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা , ডিফুত বন্ধ ঘোষণা শিক্ষানুষ্ঠান

voicedesk by voicedesk
August 25, 2023
in মুখ্য সংবাদ
ডেংগুৰ সংক্ৰমণত কার্বি-আংলঙত অবর্ণনীয় পৰিস্থিতিঃ৩,৩৩২লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা , ডিফুত বন্ধ ঘোষণা শিক্ষানুষ্ঠান
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অব্যাহত আছে ডেংগুৰ সংক্ৰমণ ৷ ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই ৰোগৰ সংক্ৰমণ ঘটিছে যদিও কার্বিআংলঙত ই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বৃহস্পতিবাৰলৈ জিলাখনত ডেংগুত আক্ৰান্তৰ সংখ্যা ৩,৩৩২ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ সমান্তৰালভাৱে জিলাখনত আই ফ্লুৰ সংক্ৰমণো বৃদ্ধি পাইছে ৷ যাৰ বাবে ডিফু পৌৰসভা এলেকাৰ অন্তর্গত শিক্ষানুষ্ঠানসমূহ অহা ২৭ আগষ্টলৈ বন্ধ ঘোষণা কৰা হৈছে ৷ ডিফুত সংক্ৰমণ ৰোধৰ বাবে ঘৰে ঘৰে অভিযান চলাইছে স্বাস্থ্য বিভাগে ৷

 

উল্লেখ্য যে কালিৰ দিনটোত কার্বিআংলঙত সর্বাধিক ৫৬ জন লোক আক্ৰান্ত হৈছে ৷ তদুপৰি ডিমা-হাচাওত ১৮ জন,গোলাঘাটত ৪ জন, হোজাইত ৫জন আৰু শোণিতপুৰত ১ জন লোক আক্ৰান্ত হৈছে ৷ বৃহস্পতিবাৰে ডেংগুত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৮৪ জন ৷

 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ২৪ আগষ্টলৈ ৰাজ্যত মুঠ ৩,৮২৯ জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ৪ জন লোকৰ মৃত্যু ঘটিছে ৷ আনহাতে, একেই সময়চোৱাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আক্ৰান্ত হৈছে ৪৪১ জন লোক ৷ ইয়াৰে ২৬ জন লোকৰ মৃত্যু ঘটিছে ৷

 

Previous Post

আজি ডঃ শর্মা চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠক

Next Post

সর্বানন্দ সোণোৱালৰ নেতৃত্বত উত্তৰ –পূর্বাঞ্চলৰ আয়ুষ আঁচনিৰ পর্যালোচনা বৈঠক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সর্বানন্দ সোণোৱালৰ নেতৃত্বত উত্তৰ –পূর্বাঞ্চলৰ আয়ুষ আঁচনিৰ পর্যালোচনা বৈঠক

সর্বানন্দ সোণোৱালৰ নেতৃত্বত উত্তৰ –পূর্বাঞ্চলৰ আয়ুষ আঁচনিৰ পর্যালোচনা বৈঠক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7